কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খলুৱাkho.luwaProper Adj.
আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
one who befools others by using dishonest trick.
- খল্ খল্khal, khalNoun
পানীৰ খল্খলনি বা ডাঙৰ হাঁহিৰপৰা হোবা শব্দ
an imitative word used to express the sound made by agitated water or loud laughter
- খল্খলনি
খল্খল্ কৰা কাৰ্য্য।
- খল্খলীয়াAdjective
খল্খল্ শব্দ কৰা; যেনে-"খল্খলীয়া হাঁহি"।
- খল্খল্ কৰেAdverb
যেনে-"খল্ খল্ কৰে হাঁহিছে"।
- খল্তি-ধোবাkhalti-dhobāNoun
অতি দৰিদ্ৰ; হাত-উদি
extemely poor; devoid of any means
- খল্তি-ধোৱাkhol.ti-dho`.waProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- খল্মলkhalmalaNoun
খল্খল; বেগেৰে জোকাৰ খোবা পানীৰ শব্দ; সেই নিচিনা আন শব্দ
the sound of agitated water or a similar sound
- খল্মলনি
খলমল কৰা কাৰ্য্য।
- খল্মলাTransitive verb
পানীত কোনো বস্ত্ত জুবুৰিয়াই জোকাৰ্ বা লৰা; যেনে-"সি ভৰিৰে পানী খল্মলাইছে"
to agitate or shake water
- খসMaterial Noun
ছাল বা শৰীৰৰ ভিতৰৰ কোনো আৱৰণত হোৱা ঘা, য’ত কলা নষ্ট হয় আৰু পূঁজ জমা হয়|
a sore on the skin or a mucous membrane, accompanied by the disintegration of tissue, the formation of pus, etc.
- খসমসkhasamasaAdjective
খহটা; খহমহীয়া; যেনে-"ডিমৰুৰ পাত যেন খসমস গাব।" (মা. ক., অৰণ্যাকাণ্ড)
rough
- খসিkhasi
অস. ক্ৰি. খহি।
- খহটাkhahaṭāAdjective
খুদ খহুৰে ঢাক খাই খকাৰ নিচিনা; খহুলা; খহুলা-খহুলি; নিমজ বা মিহি নোহোবা
scabby; not smooth; rough
- খহটা-ডিমৰুkhahaṭā-ḍimaruNoun
সৰু গছ আৰু গুটিৰে এজাতি ডিমৰু
a variety of fig; flcus hispida
- খহনীয়াkhahanīẏāNoun
খহি পৰা বা তললৈ এৰাই পৰা কাৰ্য্য
the act of falling off
- খহমহনি
খহ্মহ্ কৰা কাৰ্য্য।
- খহমহীয়াAdjective
মোহাৰিলে খহ্মহনি উঠা
producing the sound of a rough thing when rubbed
- খহাkhahāTransitive verb
খহাই পেবা বা আন্; এৰুবাই তললৈ পেলা
to cause to fall off
- খহি পৰ্kho.hi porVerb-Intran.
To fall down from somewhere naturally attached to.