← ফুৰি যাওক

খল্মলা

অৰ্থ

1.

পানীত কোনো বস্ত্ত জুবুৰিয়াই জোকাৰ্ বা লৰা; যেনে-"সি ভৰিৰে পানী খল্মলাইছে"

to agitate or shake water

সক. ধা.

2.

নঘঁহা-নিপিহাকৈ পানীত জুবুৰিয়াই জোকাৰি জোকাৰি ধো বা পৰিষ্কাৰ কৰ্

to cleanse by dipping and shaking in water

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ