কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আওহতীয়াAdjective
বাঁও ফালে থকা
placed or existing on the left side
- আওহতীয়া ঠাইau.ho.ti.ya thaiAbstract Noun
কোনো কোঠা, পথাৰ বা অঞ্চলৰ এফালৰ সৰু অংশ৷
a corner, a secluded place
- আওহাতāohātaNoun
বাঁও হাত
the left hand
- আওহেলাāohelāNoun
আওকাণ; অমনোযোগ
inattention
- আওহেলা কৰ্ao`.he.la korVerb-Trans.
Fail to care for or not paying any attention
- আওহেলা কৰ্ao’.he.la korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- আওৰাāorāTransitive verb
মনত ৰাখিবলৈ ঘনে ঘনে মাত; পুনঃ পুনঃ আবৱত্তি বা অভ্যাস কৰ্
to repeat frequently (a lesson) for committing to memory
- আওৰাটāorāṭaNoun
বেয়া বাট; আচল বা বিজুতি বাট
a wrong way
- আকākaPronoun
এওঁক; ইয়াক
this thing or person
- আক-তাকāka-tākaPronoun
ইটোক-সিটোক; কোনো লোকক
this person or that
- আকখাজাMaterial Noun
এটা মাত্ৰ অংশ
Being in one single part
- আকটাākaṭāAdjective
মুখত বৰ বেয়া লগা; উগ্ৰ-বাদ-যুক্ত
of a disgusting taste; nauseous
- আকণākaṇaNoun
বহল, অলপ দীঘলীয়া আৰু এপিঠি বগা বৰণৰ পাতেৰে এবিধ সৰু গছ [ঘা লাগিলে তাৰপৰা বগা এঠা ওলায়, হৈ ঔষধত ব্যবহাৰ হয়]
the swallow-wort; calatropis gigantia
- আকণবিন্ধীākaṇabindhīNoun
ঘূৰণীয়া কিছু ডাঙৰ পাতেৰে এবিধ বনৰীয়া লতা [আকণ পাতৰ দৰে তাৰ পাতৰ এপিঠি বগা আৰু ছিঙিলে বগা এঠা ওলায়, গুটি বাটলু- গুটিৰ সমান, পকিলে হালধীয়া হয়; টুকৰিয়া লতা; ইয়াৰ পাতত সোণ-পৰুবা বেছিকৈ পৰি থাকে বুলি ইয়াক কোনোবে সোণ-পৰুবা লতা বোলে]
a species of creeper; Cisampelos Hexandria
- আকণবিন্ধী লতাa.kon.bin.dhi.lo.taCommon Noun
এবিধ লতা জাতীয় গছ ৷
a kind of creeper plant.
- আকণাākaṇāAdjective
কাণ তাল মৰা; . "সহস্ৰ সংখ্যাত মাণ্ডুলি ফুটায়; আকণা শব্দ ৰোল" [মা. ক. সুন্দৰাকাণ্ড]।
deafening
- আকণ্ঠākaṇṭhaAdverb
পেটৰপৰা ডিঙিলৈকে পূৰ কৰি; যেনে- আকণ্ঠ ভোজন
up to the throat
- আকনa.konCommon Noun
বগা আঠা ওলোৱা এবিধ গছ ৷
Swallow wort, any of several plants of the milkweed family. It has clusters of waxy flowers that are either white or lavender in colour with oval, light green leaves.
- আকবৰak.borProper Noun
মোগল সম্ৰাটসকলৰ এজন শ্ৰেষ্ঠ সম্ৰাট আকবৰ(১৫৫৬-১৫৬২)।
A Mughal Emperor from 1556 until his death. He was the third and one of the greatest rulers of the Mughal Dynasty in India.
- আকম্পVerbal Noun
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য
Involuntarily shaking with quick, short movements, as from fear, excitement, weakness, or cold