← ফুৰি যাওক

আওৰাট

āorāṭa

অৰ্থ

1.

বেয়া বাট; আচল বা বিজুতি বাট

a wrong way

বি.

2.

অসজ বা অন্যায় ৰীতি

an evil course; a wrong mode of conduct

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ