কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘুনুচা-যাত্ৰা
আহাৰ মাহৰ শুক্লা তৱতীয়াত জগন্নাথৰ ঘুনুচাৰ ঘৰলৈ গমন আৰু তাৰ উৎসবাদি।
- ঘুপাহাই, ঘুপুহ্ কৰেAdverb
হঠাতে গধুৰ শব্দ কৰি; অকস্মাৎ; হঠাৎ
with a quick and heavy thud; suddenly
- ঘুপীয়াghupīẏāAdjective
ঘোৰ খোবা; বেঁকা; ভাঁজ লোবা; পোন নোহোবা; বেঁকোৰা
curved; bent
- ঘুপুহghupuhaNoun
গধুৰ বস্ত্ত বেগেৰ পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express a thud or the sound produced by a heavy body falling on the ground
- ঘুপুৰ, ঘুপুৰাই, ঘুপুৰ কৰেghupura, ghupurāi, ghupura, kare
"ঘুপুহ্" চোবাঁ।
- ঘুপ্ঘুপীয়াghupghupīẏāAdjective
একেবাৰে একোকে নেদেখা; ঘিট্মিটীয়া (আন্ধাৰ)
pitchy (said of darkness)
- ঘুম মাৰি ল
গোটেই গা ঢাকি কাপোৰ ল; মূৰৰপৰা ভৰিলৈকে ঢাকি কাপোৰ ল
to wrap up the body from head to foot
- ঘুম মাৰ্ghuma, mārIntransitive verb
মূৰৰপৰা ভৰিলৈকে কাপোৰেৰে ঢাক্
to cover the body from head to foot with cloth
- ঘুমটিghumaṭiNoun
নিদ্ৰা
sleep
- ঘুমটি মাৰ্
এঘুমটি শো; কিছু বেলি শো
to have a nap
- ঘুমটি-ঘূৰণghumaṭi-ghūraṇaNoun
এটা ৰোগ [এই ৰোগে ধৰা মানুহে টোপনিতে খোজ কাঢ়ি ফুৰে আৰু কেতিয়াবা আন কামকো কৰে, কিন্ত্ত কি কৰিছে তাক নেজানে।]
somnambulism
- ঘুমটিয়াghu.mo.tiaVerb-Intran.
to take the rest afforded by a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness; cease being awake
- ঘুমটীয়াghumaṭīẏāAdjective
ঘুমটি বা টোপনি যোবা; শুই থকা
asleep; sleeping
- ঘুমতিAbstract Noun
নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়
the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness.
- ঘুমনিghumaniNoun
গভীৰ চিন্তাৰ কাৰণে বাহিৰৰ জ্ঞান নথকা অবস্হা
the state of being lost in deep thought
- ঘুমন্তghu.mon.toAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- ঘুমাghumāIntransitive verb
শয়ন কৰ্; শো; নিদ্ৰা যা
to sleep
- ঘুমুবghumubaNoun
উদফাই ৰোগ ধৰা
asthmatic
- ঘুমুৰghu.murAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- ঘুমুৰীয়াghumurīẏāAdjective
উদ্ফাই ৰোগে ধৰা
asthmatic