← ফুৰি যাওক

ঘুপীয়া

ghupīẏā

অৰ্থ

1.

ঘোৰ খোবা; বেঁকা; ভাঁজ লোবা; পোন নোহোবা; বেঁকোৰা

curved; bent

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘুপীয়া · অসমীয়া অভিধান