কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কটি-তটNoun
কঁকাল আৰু কঁকালৰ ওচৰৰ অংশ; নাই আৰু কৰঙনৰ মাজৰ ছোবা।
- কটি-পোৰা পুঠি
কাণী-পুঠি।
- কটি-সূত্ৰ
কঁকালত বন্ধা জৰী
a string worn round the waist; a girdle
- কটি-সেলেকা দি
পোকৰ এৰা দি; আওহেলা কৰ্।
- কটিদেশko.ti.dexMaterial Noun
মানুহৰ দেহৰ পাচফালে সোঁমাজত থকা মঙহাল উখহা অংশ দুটা
Each of the two fleshy protuberances at the rear of the human trunk
- কটিবন্ধko.ti.bon.dhoMaterial Noun
কঁকালত বন্ধা এবিধ দীঘল কাপোৰ|
A cloth worn about the waist.
- কটিবস্ত্ৰko.ti.bros.toMaterial Noun
পুৰুষে কঁকালত পিন্ধা আৰু পদসন্ধিলৈকে ঢকা সৰু কাপোৰৰ টুকুৰা৷
a small-piece male garment, sometimes kept in place by a belt, which covers the genitals and, at least partially, the buttocks.
- কটিয়া-ঢাৰিkaṭiẏā-ḍhāriNoun
গাধৈৰে কৰা ঢাৰি
a mat made of crushed reed
- কটীয়াkaṭīẏāNoun
যি কাটে; কাটোঁতা (সদায় আন শব্দৰ পাছত যোগ হয়); যেনে-"খেৰ-কটীয়া; খৰি-কটীয়া
one who cuts
- কটীৰko.tirMaterial Noun
মাটিৰ তললৈ স্বাভাৱিক ভাৱে হোৱা ডাঙৰ গাঁত বা পথ, বিশেষকৈ যেতিয়া ই উপৰিভাগৰ ফালে মুকলি হৈ থাকে।
hollow or natural passage under or into the earth, especially one with an opening to the surface.
- কটীৰকko.ti.rokMaterial Noun
মাটিৰ তললৈ স্বাভাৱিক ভাৱে হোৱা ডাঙৰ গাঁত বা পথ, বিশেষকৈ যেতিয়া ই উপৰিভাগৰ ফালে মুকলি হৈ থাকে।
hollow or natural passage under or into the earth, especially one with an opening to the surface.
- কটুkaṭuAdjective
জলা
pungent
- কটু কথাko.tu ko.thaAbstract Noun
গৰিহণা বা লাঞ্ছনা দিয়া ভাষাৰে কোৱা আক্ৰমণাত্মক কথা।
assailment with contemptuous or opprobrious language.
- কটুকথা শুনাko.tu.ko.tha xu.naVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- কটুক্তিko.tuk.tiAdjective Adj.
টানকৈ কোৱা কথা৷
words uttered in harshness.
- কটুক্তি কৰ্ko.tuk.ti korVerb-Trans.
কটু কথা কৈ কাৰোবাক সমালোচনা বা ককৰ্থনা কৰ্
to reprimand by uttering sharp words
- কটুভাষীAdjective
বেয়া কথা কোবা; গালি পৰা; অপ্ৰিয়বাদী
foul-mouthed
- কটুসূত্ৰko.tu.xut.roCommon Noun
কঁকালত বন্ধা সূতা বা সূতাসদৃশ অন্য ভূষণ|
A string or a band of material around the waist that strengthens a skirt or trousers.
- কটুৰkaṭuraAdjective
টান; নীৰস; সাৰ নথকা (মাটি)
hard; dry and barren (said of soil)
- কটুৰৱko.tu.robCommon Noun
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।
Any of numerous anuran amphibians (esp. family Bufonidae) that are distinguished from the related frogs by being more terrestrial in habit though returning to water to lay their eggs, by having a build that is squatter and shorter with weaker and shorter hind limbs, and by having skin that is rough, dry, and warty rather than smooth and moist.