কটু
kaṭu
অৰ্থ
1.
জলা
pungent
বিণ.
2.
খাবলৈ বেয়া; সোবাদ নোহোবা; বিসোবাদ
not agreeable to the taste
বিণ.
3.
অপ্ৰিয়; কৰ্কশ; মনত দুখ বা অসন্তোষ লগোবা
unpleasant; harsh
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
kaṭu
জলা
pungent
বিণ.
খাবলৈ বেয়া; সোবাদ নোহোবা; বিসোবাদ
not agreeable to the taste
বিণ.
অপ্ৰিয়; কৰ্কশ; মনত দুখ বা অসন্তোষ লগোবা
unpleasant; harsh
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ