কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাল্টুphālṭuAdjective
অতিৰিক্ত; বাহিৰা; উপৰুবা; নিৰ্দ্দিষ্টৰ বাজে (কাম, মানুহ আদি)
extra
- ফাল্Verb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- ফালৰি কাট্pha.lo.ri katVerb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- ফালৰি মাৰ্pha.lo.ri marVerb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- ফালৰি মাৰ্, ফালৰি কাট্phālari, mār, phālari, kāṭ
এফলীয়া কাটি গুচি যা; আঁতৰৰে পৰা আন এফালে গতি কৰ্
to keep at a distance; to take another direction at a distance; to slip away
- ফাহালphāhāla
"বহল" চোবাঁ।
- ফাহিয়ানpha.hi.yanProper Noun
গুপ্তযুগৰ বিখ্যাত চীন পৰিব্ৰাজক৷ খ্ৰীঃ চতুৰ্থ শতিকাত বৌদ্ধ ধৰ্মৰ বাবে ভাৰতলৈ আহিছিল৷
The first Chinese traveler to visit India. He was born in 374 AD in Xansi. He was a follower of Buddhism. His goal of the journey to India was to find the true copy of the book detailing the traditions in Buddhism and to visit the Buddhist pilgrimage centres here. He bgan his journey in AD 399. He reached India during the rule of Gupta dynasty.
- ফাড়phāṛaTransitive verb
ফাল্; যেনে-"কোবাই আজি তোৰ ফাড়িবো ছাল" (কীৰ্ত্তন)।
- ফাড়্pharVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- ফাৰাকphārākaNoun
আঁতৰ; . বিণ. দূৰ; বেলেগ
distance ; distant; separate
- ফাৰাকাতিphārākātiNoun
এক পৰিয়াল-ভুক্ত মানুহক বেলেগ কৰা কাকত
a partition deed
- ফাৰাক্কাpha.rak.kaProper Noun
পশ্চিম বংগৰ সৰু চহৰ৷ ইয়াত গংগাৰ ওপৰত বান্ধ দি হুগলী নদীত বেছি পানী যোগান ধৰিবলৈ ব্যৱস্থা কৰা হৈছে,যাতে কলিকতা বন্দৰটো বাচি থাকে৷
A small township famous for Farakka Barrage Project. A dam in Ganga to allow more water to the river Hoogly to maintain Calcutta port.
- ফাৰ্চীphārcīNoun
পাৰস্য দেশৰ ভাষা
the Persian language
- ফাৰ্ছীphārchīNoun
পাৰস্য দেশৰ ভাষা
the Persian language
- ফাৰ্মাচীphar.ma.siMaterial Noun
ঔষধ অথবা চিকিৎসা সম্বন্ধীয় বস্তু বিক্ৰী কৰা দোকান|
A retail shop where medicine and other articles are sold.
- ফাৰ্মিয়ামphar.mi.yamMaterial Noun
ই তেজস্কিয় মৌল৷ পাৰমাণবিক সংখ্যা ১০০৷ ইউৰেনিয়াম উত্তৰ মৌল৷
A synthetic element with symbol Fm and atomic number 100. It is a member of the actinide series.
- ফিংফিঙীয়াphimphiṅīẏāAdjective
খিংখিঙীয়া; বেগেতে খং উঠা
easily provoked
- ফিকাphikāNoun
নৈৰ গৰাৰ যি ঠাইত পানী খুন্দা খাই বেগেৰে বয়
a place in a river bank against which the current dashes itself violently
- ফিকা চাহphi.ka sahMaterial Noun
গাখীৰ নিদিয়াকৈ বনোৱা চাহ৷
Tea that is prepared without milk.
- ফিকিৰphikiraNoun
কৌশল; ছলনা
contrivance; deception