← ফুৰি যাওক

ফালৰি মাৰ্, ফালৰি কাট্

phālari, mār, phālari, kāṭ

অৰ্থ

1.

এফলীয়া কাটি গুচি যা; আঁতৰৰে পৰা আন এফালে গতি কৰ্

to keep at a distance; to take another direction at a distance; to slip away

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফালৰি মাৰ্, ফালৰি কাট্ · অসমীয়া অভিধান