কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যাত্ৰীনিৱাসjat.ri.ni.baxCommon Noun
মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।
An establishment that provides lodging and usually meals and other services for travelers and other paying guests.
- যাত্ৰীবাহীja.tri.ba.hiProper Adj.
মানুহ কঢ়িওৱা গাড়ী৷
(a vehicle) used to transport people
- যাত্ৰীবাহী ৰেলjat.ri.ba.hi relMaterial Noun
লোৰ চিৰিৰ ওপৰেৰে টানি যাত্ৰী কঢ়িয়াই নিয়া যন্ত্ৰচালিত গাড়ী৷
A Passenger train is a train that carries coaches with Passenger's hauled by a locomotive on a railway.
- যাথাৰ্থ্যja.thar.thyoAbstract Noun
প্ৰকৃততে থকা বা ঘটা অৱস্থা বা গুণ; কাল্পনিক, আদৰ্শ বা কাহিনীভিত্তিক হোৱাৰ সলনি সঁচা বা আচল
the state or quality of being existing or occurring as fact; actual rather than imaginary, ideal, or fictitious
- যাদঃপতja.doh.potMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- যাদঃপতিja.doh.po.tiProper Noun
হিন্দু লোকবিশ্বাসমতে পানীৰ অধিপতি দেৱতা ৷
The god of water as per Hindu mythology.
- যাদবyādabaNoun
যদুবংশীয় লোক
a descendant of Yadu
- যাদবাNoun
কৱষ্ণ।
- যাদবৰায়Noun
কৱষ্ণ।
- যাদসাম্পতিja.do.xam.po.tiMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- যাদুNoun
কৱষ্ণ।
- যাদুyāduNoun
বাজি; ইন্দ্ৰজাল-বিদ্যা; ভেলেকী- বিদ্যা
magic; jugglery
- যাদু খেলja.du.khelAbstract Noun
যাদুৰ প্ৰদৰ্শনী
a show of visual illusions or magic.
- যাদু-মন্ত্ৰja.du-mon.troAbstract Noun
সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷
the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks
- যাদুকৰNoun
বাজিকৰ; ভেলেকী- বিদ্যা জনা লোক
a magician; a juggler
- যাদুকৰীAdjective
বাজি বা ইন্দ্ৰজাল কৰিব জনা।
- যাদুঘৰyādugharaNoun
পৱথিবীৰ নানা আচৰিত বস্ত্ত ৰখা ঘৰ; সংগ্ৰহালয়
a museum
- যাদুঘৰ বিদ্যাAbstract Noun
যাদুঘৰৰ গঠন আৰু কাৰ্যকলাপৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়ন
Scientific studies of the structure and function of museums
- যাদুধৰ্মীয়Proper Adj.
যাদু আৰু ধৰ্ম বা আধ্যাত্মিকতাৰ সৈতে জড়িত
relating to magic and religion or spirituality
- যাদুবিদ্যাja.du.bi.dyaAbstract Noun
অশুভ শক্তিৰ সহায়েৰে অলৌকিক কৰ্মকাণ্ড দেখুৱা কাৰ্য্য বা সেই সম্পৰ্কীয় বিদ্যা
the art, practices, or spells of a person who is supposed to exercise supernatural powers through the aid of evil spirits; black magic; witchery.