← ফুৰি যাওক

যাদু-মন্ত্ৰ

ja.du-mon.tro

অৰ্থ

1.

সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷

the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

যাদুকৰসকলে যাদুকৰী কৌশল সম্পন্ন কৰাৰ সময়ত ব্যৱহাৰ কৰা মন্ত্ৰ

spells that are used by magicians while performing magic tricks

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ