কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঞ্চযজ্ঞpañcayajñaNoun
দিনে কৰিব লগা পাঁচোটা যজ্ঞ [ব্ৰহ্ম-যজ্ঞ (সন্ধ্যা, উপাসনা, অধ্যয়ন আদি), নৱযজ্ঞ (অতিথি-পূজা), দৈবযজ্ঞ বা নিত্য-হোম, পিতৱ-যজ্ঞ (শ্ৰাদ্ধ, তৰ্পণ) আৰু ভূতযজ্ঞ (প্ৰাণীবিলাকক দিয়া আহাৰ); মতান্তৰে, দৈবযজ্ঞ, ঋষিযজ্ঞ (তৰ্পণ) ভূতযজ্ঞ, পিতৱযজ্ঞ আৰু সুহৱদৰ উপকাৰকৰণ।]
the five daily sacrifices of a Hindu
- পঞ্চল্লিছpañcallichaNoun
পাঁচ আৰু চল্লিছ; দুকুৰি পাঁচ
forty five
- পঞ্চল্লিশpon.sol.lisProper Noun
চল্লিছকৈ পাঁচ বেছি ৷
five more than forty; the symbol denoting 45. (৪৫ in Assamese)
- পঞ্চশীলpon.so.xilAbstract Noun
বৌদ্ধধৰ্মী লোক আৰু ভিক্ষুসকলে পালন কৰিবলগীয়া পাঁচটা নীতি৷ এই কেইটাৰ পৰা বিৰত থকাষ প্ৰাণী হত্যা, চৌৰ্য্য বৃত্তি, ব্যভিচাৰ, মিচা ভাষণ আৰু নিচা সেৱন৷
Five principles that should be followed by Buddhist and Buddhist Monk.
- পঞ্চশীল নীতিponso.xil ni.tiAbstract Noun
ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত হোৱা পাঁচ দফীয়া বৈদেশিক নীতি৷
The Five Principles of Peaceful Coexistence, known in Nepal and India as the (from Sanskrit, panch: five, sheel: virtues), are a series of principles which formed the bedrock of the relationship between India and the People`s Republic of China. Their first formal codification in treaty form was in an agreement between China and India in 1954. They were enunciated in the preamble to the "Agreement (with exchange of notes) on trade and intercourse between Tibet Region of China and India", which was signed in Peking on 29 April 1954. This agreement stated the five principles as:Mutual respect for each other`s territorial integrity and sovereignty.Mutual non-aggression.Mutual non-interference in each other`s internal affairs.Equality and cooperation for mutual benefit.Peaceful co-existence.
- পঞ্চশৰpañcaśara
"পঞ্চবাণ" চোবাঁ।
- পঞ্চষষ্ঠিতমpon.so.xos.thi.tomProper Noun
ষাঠিতকৈ পাঁচ বেছি ৷
five more than sixty; the symbol denoting 65. (৬৫ in Assamese)
- পঞ্চসপ্ততিতমpon.so.xop.to.ti.tomProper Noun
সত্তৰতকৈ পাঁচ বেছি ৷
five more than seventy; the symbol denoting 75. (৭৫ in Assamese)
- পঞ্চসিদ্ধান্তিকাpon.so.xid.dhan.ti.kaAbstract Noun
বৰাহমিহিৰে পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে৷
An encyclopedic book by Varahamihira.
- পঞ্চসূনাpañcasūnāNoun
প্ৰাণীহত্যাৰ ঠাই-স্বৰূপ গৱহস্হৰ পাঁচোটা বস্ত্ত [পানীৰ কলহ, জুহাল, শিল-পটা, ঢেঁকী আৰু বাঢ়নী]
the five necessary things in a house-hold by which ants, worms, etc., are killed
- পঞ্চাছpañcāchaNoun
দুকুৰি দহ
fifty
- পঞ্চাননpañcānanaNoun
শিব
Śiva
- পঞ্চামৃতpon.sam.ritCommon Noun
পূজাৰ বাবে এৱাঁগাখীৰ, দৈ, ঘিঁউ, মৌ আৰু চেনী এই পাঁচবিধ দ্ৰব্যৰে প্ৰস্তুত কৰা এক উপকৰণ৷ ইয়াক মধুপৰ্ক বুলিও কয়৷ বহুতে গৰ্ভৱতী মহিলাক গৰ্ভধাৰণৰ পঞ্চম মাহৰ সময়ছোৱাত মাতৃ আৰু সন্তানৰ মংগলৰ বাবে ইয়াক খাবলৈ দিয়ে৷ এইবিধ প্ৰয়োগত ইয়াক কেৱল পঞ্চামৃত বুলিহে কয়৷
an item used in pujas; prepared by mixing milk, curd, ghee, honey and sugar. Also known as madhuporko. In some customs people offer it to pregnant women on their fifth month of pregnancy for the well being of the mother and the child. However, in this use of the preparation it is called only as ponchamrit.
- পঞ্চামৱতpañcāmawataNoun
এঁবা আৰু দৈ গাখীৰ, চেনি, ঘিউ, আৰু মৌ এই পাঁচোটা অমৱত বা উত্তম খাদ্য-বস্ত্তৰ সমষ্টি (গৰ্ভবতী মানুহক এই পাঁচোটি বস্ত্তকে খুবায়]
a mixture of milk, curd, ghee, honey and sugar
- পঞ্চালpañcālaNoun
দ্ৰৌপদীৰ বাপেকৰ ৰাজ্য।
- পঞ্চাশpon.sasAbstract Noun
দহ আৰু পাঁচৰ পূৰণ কৰি পোৱা সংখ্যাটো, ৫০ ৷
The cardinal number that is the product of ten and five, 50.
- পঞ্চাশীতিpon.sa.xi.tiProper Noun
চাৰি কুৰি পাঁচ (৮৫)|
Being five more than eighty.
- পঞ্চাশীতিতমpon.sa.xi.ti.tomProper Noun
চাৰি কুৰি পাঁচ (৮৫)|
Being five more than eighty.
- পঞ্চায়তpañcāẏataNoun
গোচৰ সুধিবলৈ দেশৰ গৰাকীয়ে পতা বা গুচৰীয়া আৰু পদকীয়াই বাছি লোবা মেল
a committee of persons appointed by the authorities or selected by the parties to decide their dispute
- পঞ্চায়ত-নামাNoun
পঞ্চায়তৰ মীমাংসাপত্ৰ
the written document of Panchāyat