← ফুৰি যাওক

পঞ্চানন

pañcānana

অৰ্থ

1.

শিব

Śiva

বি.

2.

সিংহ; যেনে -"নামে পঞ্চাননঃ নাদে পলাবত পাপ-দন্তী ভয়-ভীত" (বৰগীত)

lion

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পঞ্চানন · অসমীয়া অভিধান