কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কটংkaṭamNoun
টান বস্ত্তত টান বস্ত্তৰে খুন্দা বা মাৰ মাৰিলে হোবা শব্দ
an imitative word used to express the sound caused by striking a hard thing with another hard thing
- কটকkaṭaka
সেনা; সেনাৰ জুম বা দল; ফৌজ
an army
- কটকটনিkot.ko.to.niVerbal Noun
পেট বা মূৰৰ ভিতৰত কিহবাই কামোৰাৰ দৰে হোৱা বিষ বা বেদনা
a biting sensation; a griping pain of abdomen or head
- কটকটীয়াkot.ko.ti.yaAbstract Noun
Very closely held, drawn so that it can not be easily circumvented, like tight security
- কটকিনাkot.ki.naProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- কটকিনালিkot.ki.na.liAbstract Noun
অৰ্থ খৰচ কৰিবলৈ টান পোৱা
the character of a person who lives in wretched circumstances in order to save and hoard money;
- কটকীkaṭakīNoun
এজন ৰজাই আন এজন ৰজাৰ লগত আবশ্যকীয় কথা-বাৰ্ত্তা ক'বলৈ পঠোবা দূত; ৰাজদূত; [আহোম ৰজাৰ দিনত ই এটা বিষয় আছিল; আৰু কাকতী, কটকী, খাওণ্ড, বৈৰাগী, এই চাৰিটা বিষয় সমান; কটকীৰ প্ৰধানজনক বৰকটকী বোলে।]
a royal messenger; an ambassador
- কটকী-তিতাkaṭakī-titāNoun
এবিধ বিদেশৰপৰা অনা তিতা
a kind of bitter root used as medicine
- কটগদ্kaṭagadNoun
যন্ত্ৰণা বা শান্তিলৈ অলপো কাণ নকৰা; কথা বা সম্বোধনলৈ মনোযোগ নকৰা; যেনে-"সি মাৰ বা কথালৈ কটগদ নকৰিলে
indifference or inattention to punishment or address
- কটঙাkaṭaṅāAdjective
নীৰস; দৰিদ্ৰ
poor; hard
- কটনাkaṭanāNoun
বেচ লৈবা বেচিবলৈ সূতা কটা বা কাপোৰ বোবা কাৰ্য্য; বেচিবলৈ বোবা-কটা কাৰ্য্য
spinning yarn or weaving clothes for sale or wages
- কটনা কাট্
বেচিবলৈ বোবা-কটা কৰ্
to spin thread or weave cloth for wages or sale
- কটপ্ কটপ্kaṭap, kaṭapNoun
টান মাটিৰ ওপৰত জোতা আদিৰে খোজ কঢ়াত বা ধেনু মৰাৰ সময়ত হোবা শব্দ।
- কটমটkaṭamaṭaNoun
লৰালৰিকৈ কষ্টেৰে কৰা চেষ্টা; যেনে-কটমট কৰি কতো ধৰে বাহু কান্ধে। কতো গোপী গেয়া মোহ দুয়া গলে বান্ধে (দশম)
a hurried and earnest effort
- কটলkaṭala
-বি. কাটল
a cess; tax
- কটলাkaṭalā
-(পু. অ.) বি. কেটেলা পহু; যেনে-"বিড়ালী কটলা ভেৰা বিৰলী জম্মুক" (বক্ৰবাহনৰ যুদ্ধ)।
- কটলা-কটলkaṭalā-kaṭalaAdjective
টাম হৈ থকা; কোমল নোহোবা
consisting of hard pieces
- কটলুবাkaṭalubāAdjective
কাটল বা ৰাজহ লগোবা; যেনে-"কটলুবা ঘাট বা বিল"
having a tax levied upon
- কটলুৱাko.to.lu.waVerbal Adj.
কাটল বা ৰাজহ লগোৱা
having a tax levied upon
- কটহাবাঁহko.to.ha.ba~hCommon Noun
Bambusa tulda or Indian Timber Bamboo is considered to be one of the most useful of bamboo species. It is used extensively by the paper pulp industry in India. It can grow up to a height of 15 m, and a thickness of 8 cm.