← ফুৰি যাওক

কটকটনি

kot.ko.to.ni

অৰ্থ

1.

পেট বা মূৰৰ ভিতৰত কিহবাই কামোৰাৰ দৰে হোৱা বিষ বা বেদনা

a biting sensation; a griping pain of abdomen or head

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কটকটনি · অসমীয়া অভিধান