কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডিঙৰীয়াAdjective
উখহি ডিঙৰাৰ নিচিনা হোবা; উখহি ঢোল যেন হোবা (পেট)
swelled and inflated (said of the belly)
- ডিচেম্বৰdi.sem.borAbstract Noun
গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ১২-সংখ্যক বা শেষৰ মাহটো
The twelfth and last month of the Gregorian calendar, following November and preceding the January of the following year
- ডিজেলdi.jelMaterial Noun
a fuel extracted by refining crude oil and used for runing various heavy machineray including trucks, rail-engine etc.
- ডিণ্ডিমḍiṇḍimaNoun
ঢোল; যেনে-"ডিণ্ডিম দগৰ দণ্ডি দেই ভেৰু ডাক" (একাদশ স্কন্ধ)
a drum
- ডিপথেৰীয়াdip.the.ri.yaAbstract Noun
ডিঙিৰ শ্বাস নলীত উৎপত্তি হোৱা এবিধ সংক্ৰামক ৰোগ ৷ এই নৰিয়াত ডিঙি আৰু টনচিল গ্ৰন্থি ফুলি উঠাৰ লগে লগে পাতলিয়াকৈ জ্বৰ হয় ৷ লগতে ডিঙি আৰু নাক চমচমাই থাকে ৷
Diphtheria is a neck disease, the upper respiratory tract illness characterized by sore throat, low fever, and an adherent membrane on the tonsils, pharynx, and/or nasal cavity. It is caused by Corynebacterium diphtheriae, an aerobic Gram-positive bacterium. It is a contagious disease spread by direct physical contact or breathing the aerosolized secretions of infected individuals.
- ডিপ্লমাdip.lo.maCommon Noun
মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ (স্নাতক পৰ্যায়তকৈ নিম্ন স্তৰৰ) এক পাঠ্যক্ৰম৷
a course of study (lower than a degree course) at a college or university; a certificate/document stating that somebody has successfully completed a course of study.
- ডিফুdi.phuProper Noun
the headquarter of Karbi Anglong district of Assam, about 213km by rail fro Guwahati and located at 25°50′N 93°26′E / 25.83°N 93.43°E / 25.83; 93.43 This small but beautiful hilly town is the home of indigenous communities like the Karbis. It has a campus of the Assam University, a Civil Hospital, a government college and many schools.
- ডিফ’ল্টdi.foltAbstract Noun
কোনো সাল-সলনি নকৰালৈকে এটা সঁজুলি বা প্ৰগ্ৰেমে আপোনা-আপুনি বাছি লোৱা মূল্য বা অৱস্থান
A value or setting that a device or program automatically selects if you do not specify a substitute
- ডিবঙ্গীয়াdi.bo.ngi.yaCommon Noun
দেউৰিসকলৰ এটা ফৈদ
A clan of the Deuris.
- ডিবুৰু নৈdi.bu.ru noiProper Noun
ডিব্ৰু নৈ বা ডিবুৰু নৈ। ডিব্ৰু নৈখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে৷
A tributary of Brahmaputr in upper Assam
- ডিব্ৰু নৈProper Noun
ডিব্ৰু নৈ বা ডিবুৰু নৈ। ডিব্ৰু নৈখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে৷
A tributary of Brahmaputr in upper Assam
- ডিব্ৰুগড়dibrugarProper Noun
ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্হিত নগৰ| উজনি অসমত |ডিব্ৰুগড় জিলাৰ সদৰ| অসম মেডিকেল কলেজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ইয়াত অৱস্থিত|<center><iframe width="425" height="350" frameborder="0" scrolling="no" marginheight="0" marginwidth="0" src="http://maps.google.com/maps?f=q&hl=en&time=&date=&ttype=&q=Dibrugarh,+Assam+India&ie=UTF8&cd=2&geocode=0,27.479095,94.909203&ll=27.483832,94.901619&spn=0.031754,0.080338&t=h&z=14&om=1&output=embed&s=AARTsJoTPJnC2takFPZCpH_9XfBsFZk45Q"></iframe><br /><small><a href="http://maps.google.com/maps?f=q&hl=en&time=&date=&ttype=&q=Dibrugarh,+Assam+India&ie=UTF8&cd=2&geocode=0,27.479095,94.909203&ll=27.483832,94.901619&spn=0.031754,0.080338&t=h&z=14&om=1&source=embed" style="color:#0000FF;text-align:left">View Larger Map</a></small></center>
A major town in Upper Assam, situated on the bank of the river Brahmaputra. Headquarter of Dibrugarh district which produces 50% of Indian tea. Assam Medical College and Dibrugarh University are situated here. COORDINATES: 27°28`N and 94°54`E,ELEVATION: 94 M (308 feet),TIME ZONE: IST (UTC+5:30),POPULATION (2001) :122, 523,POSTAL CODES - 786XXX,TELEPHONE CODE- (91)373,VEHICLE CODES: AS-06
- ডিমdimMaterial Noun
চৰাই আৰু সৰহ সংখ্যক সৰীসৃপৰ দৰে কেতবোৰ প্ৰাণীৰ মাইকীবিলাকে উত্পাদন কৰা, প্ৰজননৰ সৈতে জড়িত, প্ৰায় গোলাকাৰ এক বস্তু, যি ডিম্বকোষ আৰু তাৰ কেইবাতৰপীয়া আৱৰণেৰে গঠিত ৷
the roundish reproductive body produced by the female of certain animals, as birds and most reptiles, consisting of an ovum and its envelope of albumen, jelly, membranes, egg case, or shell, according to species.
- ডিমাḍimāNoun
কণী, ডিম্ব
egg
- ডিমা হাছাওProper Noun
অসমৰ উত্তৰ পূব পাৰ্বত্য অঞ্চলৰ এখন জিলা৷
A district in Assam in North Cachar Hills area
- ডিমাইḍimāiNoun
দীঘলে 22 ½ ইঞ্চি আৰু বহলে 17 ½ ইঞ্চি পৰিমাণৰ কাগজ।
demy
- ডিমাচাḍimācāNoun
কাছাৰ জিলাৰ আদিম নিবাসী জাতি
a class of Kachāris who originally inhabited Cachar
- ডিমাপুৰdi.ma.purProper Noun
Located on the north bank of the Dhansiri river (Dima in the Dimasa language), Dimapur was the Capital of the erstwhile Dimasa Kachari Kingdom and presently commercial hub of Nagaland.
- ডিমৌdi.mo``wProper Noun
অসমৰ জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Sibsagarh district
- ডিম্বḍimbaNoun
কণী
an egg