কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংযোগী ভাষাxong.jo.gi bha.xaAbstract Noun
যেতিয়া মাতৃভাষা নোহোৱাকৈ কোনো এটা তৃতীয় ভাষা আন ভাষা-ভাষী লোকৰ বাবে যোগাযোগৰ বা ভাব বিনিময়ৰ একমাত্ৰ মাধ্যম হয়৷ যেনেঃ অৰুণাচল আৰু নাগালেণ্ডৰ বিভিন্ন ভাষা কোৱা মানুহৰ বাবে অসমীয়া সেঁতু বা সংযোগী ভাষা৷
a third language used to make communication possible between speakers of two different languages who do not share a common mother tongue, e.g. Assamese is a lingua franka for speakers of different languages of Nagaland and Arunachal Pradesh.
- সংযোজকxong.jo`.jokVerbal Adj.
যোজন ঘটোৱা বা সংযোগ কৰা।
serving or tending to connect.
- সংযোজনxong.jo’.jonAbstract Noun
কোনো বস্তু বঢ়োৱা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or phenomenon of increasing or making sth more
- সংযোজিতAdjective
লগ-লগোবা; একেলগ কৰা
united ; joined
- সংযোজিতাxong.jo`.ji.taVerbal Noun
সংযোগ হৈ থকা বা সংযোগ স্থাপন কৰিব পৰা অৱস্থা।
the state of being or being able to be connected.
- সংলগ্নsaṃlagnaAdjective
সংযুক্ত; মিলোবা; লগ লগা; ; . বি. সংলগ্নতা।
joined ; connected
- সংলগ্ন কাকতVerbal Noun
চিঠিৰে সংলগ্ন বস্তু
something enclosed with a letter.
- সংলগ্ন কৰVerb-Trans.
দুটা বস্তু কোনো প্ৰকাৰে এক কৰি দে৷
to bring two seperated items physically close enough to be together
- সংলগ্ন কৰ্xong.log.no korVerb-Trans.
to tie, pin or glue an item with another
- সংলাপsaṃlāpaNoun
আলাপ; নাটকৰ কথোপকথন
conversation; dialogue
- সংলাপীxong.la.piAbstract Noun
কথোপকথনকাৰী, উত্তৰ প্ৰত্যুত্তৰ কৰোঁতা
a person who takes part in a conversation or dialogue
- সংলিপ্তsaṃliptaAdjective
সংযুক্ত; জড়িত।
- সংলেপxong.lepVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংশপ্তকsaṃśaptakaNoun
কৱষ্ণৰ নাৰায়ণী সেনাৰ এটা ভাগ; যেনে- "সূশৰ্স্মাক আদি কৰি সংশপ্তক গণ" (শ্ৰীকৱষ্ণগীতা)
division of Krsna's army
- সংশোধকsaṃśodhakaAdjective
পৰিস্কাৰ কৰা; . সংশোধন বি. পবিত্ৰকৰণ; নিৰ্ম্মলকৰণ
purifying; cleansing ; mending; purification
- সংশোধনxong.xo’.dhonAbstract Noun
কোনো নথি বা সিদ্ধান্ত আদিত কৰা সাল-সলনি
Minor alteration or addition in a document, resolution, etc.
- সংশোধন কৰ্xong.xo’.dhon korVerb-Trans.
(কোনো প্ৰস্তাৱ, বিধেয়ক, সংবিধান আদি) আনুষ্ঠানিক প্ৰক্ৰিয়াৰে সাল-সলনি কৰ্, নতুনকৈ লিখ্ অথবা কিবা যোগ-বিয়োগ কৰ্
to alter, modify, rephrase, or add to or subtract from (a motion, bill, constitution, etc.) by formal procedure
- সংশোধনাতীতxong.xo`.dho.na.titAdjective Adj.
শুধৰাব বা ভাল কৰিব নোৱাৰাকৈ থকা বেয়া অভ্যাস, স্বভাৱ; ইমানেই বেয়া যে তাক শুধৰাব নোৱাৰি৷
(disapproving)so bad that the habits or faults cannot be corrected or improved.
- সংশোধনীয়Adjective Adj.
শোধন কৰিব লগীয়া
Which requires a review or revision
- সংশোধিতxong.xo’.dhi.toAdverb
শুধৰণি কৰাৰ বাবে সাল-সলনি কৰা কোনো নথিপত্ৰ।
A document, etc. altered or modified slightly to incorporate corrections.