← ফুৰি যাওক

সংশোধন কৰ্

xong.xo’.dhon kor

অৰ্থ

1.

(কোনো প্ৰস্তাৱ, বিধেয়ক, সংবিধান আদি) আনুষ্ঠানিক প্ৰক্ৰিয়াৰে সাল-সলনি কৰ্, নতুনকৈ লিখ্ অথবা কিবা যোগ-বিয়োগ কৰ্

to alter, modify, rephrase, or add to or subtract from (a motion, bill, constitution, etc.) by formal procedure

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংশোধন কৰ্ · অসমীয়া অভিধান