কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মঞ্চশিল্পীmon.so.xil.piCommon Noun
থিয়েটাৰ, মঞ্চ আদিত অভিনয় কৰা অভিনেতা বা অভিনেত্ৰী ৷
An actor or actress who acts in a dramatic production and who works basically theatre and/or stage shows.
- মঞ্চসজ্জাmon.so.xo.jaVerbal Noun
অভিনয়ৰ বাবে ৰংগমঞ্চ সজোৱা কাৰ্য্য৷
The act of stage decorating for acting.
- মঞ্চস্থVerbal Noun
ৰংগমঞ্চত অভিনীত বা পৰিৱেশিত
presented on the stage
- মঞ্চোপযোগীProper Adj.
মঞ্চস্থ কৰাৰ উপযোগী বা অভিনয়ৰ উপযোগী
a drama or play considered to be fit for enacting in a stage.
- মঞ্জনmon.jonAbstract Noun
এটা বস্তুক আনটোৰে ঘঁহা কাৰ্য্য।
The rubbing of one object or surface against another.
- মঞ্জিমাmon.ji.maAbstract Noun
মানুহ বা বস্তুৰ এনে এক গুণ, যি ইন্দ্ৰিয়ানুভূতিৰ জৰিয়তে গভীৰ আনন্দ বা পৰিতুষ্টি প্ৰদান কৰে।
the quality present in a thing or person that gives intense pleasure or deep satisfaction to the mind, whether arising from sensory manifestations.
- মঞ্জিলmon.jilMaterial Noun
ৰজা, মহাৰজাসকলৰ ডাঙৰ আট্টালিকা৷
the official residence of a king, queen, bishop, or other sovereign or exalted personage
- মঞ্জিষ্ঠাmañjiṣṭhāNoun
এবিধ ৰঙা লতা; মজাঠি।
- মঞ্জিৰাmon.ji.raMaterial Noun
সাধাৰণতে ওজাপালি বা কীৰ্ত্তনৰ সময়ত ব্যৱহৃত এবিধ সৰু আকাৰৰ তাল
a kind of cymbal of very small size
- মঞ্জীৰmañjīraNoun
ভৰিৰ অলঙ্কাৰ; নূপুৰ
a tinkling ornament for the feet
- মঞ্জীৰাmañjīrāNoun
এবিধ নিচেই সৰু খুটি-তাল
a kind of cymbal of very small size
- মঞ্জুmañjuAdjective
সুন্দৰ; মনোৰম
beautiful
- মঞ্জুলmañjulaNoun
সুন্দৰ, মধুৰ; যেনে-"মঞ্জুল মধুৰ মুকতি সুখ সাগৰ" (বৰগীত)।
- মঞ্জুৰmañjuraNoun
মান্তি; গ্ৰাহ্য কৰা; eng >acceptance/eng>.
- মঞ্জুৰ কৰ্mon.jur korVerb-Trans.
To accord as a favor, prerogative, or privilege
- মঞ্জুৰীmon.ju.riAbstract Noun
আনে কৰা বা প্ৰস্তাৱ কৰা কামৰ প্ৰতি সহমত
compliance in or approval of what is done or proposed by another
- মঞ্জূষmañjūṣaNoun
পেৰা; কাঠৰ বাকচ; ; যেনে-"তপ কৰে ঋষি সাগৰ জলে। লোহাৰ মঞ্জূৰ চাপিলা কোলে" (মনকৰ)।
a box
- মঞ্জৰিNoun
অঙ্কুৰ; গজালি
shoot; sprout
- মঞ্জৰিতmon.jo.ri.toProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- মঞ্জৰীNoun
অঙ্কুৰ; গজালি
shoot; sprout