← ফুৰি যাওক

মঞ্জূষ

mañjūṣa

অৰ্থ

1.

পেৰা; কাঠৰ বাকচ; ; যেনে-"তপ কৰে ঋষি সাগৰ জলে। লোহাৰ মঞ্জূৰ চাপিলা কোলে" (মনকৰ)।

a box

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মঞ্জূষ · অসমীয়া অভিধান