কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভবিতব্যbhabitabyaNoun
হ'ব লগীয়া ঘটনা; ভবিষ্যত ঘটনা
the future; the future event, which is destined to happen
- ভবিষ্যbhabiṣyaNoun
আগলৈ অহা কাল
the futurity
- ভবিষ্য-পুৰাণbhabiṣya-purāṇaNoun
ওঠৰখন পুৰাণৰ এখন
name of one of the 18 Purānas
- ভবিষ্যত্-কাল
ব্যাকৰণত ভবিষ্যতে হ'ব লগা ঘটনা বুজোবা ক্ৰিয়াৰ ৰূপ
the future tense (in grammer)
- ভবিষ্যত্-বাণী
ভবিষ্যৎ কালত কি ঘটনা হ'ব তাক কোবা কা ক'ব পৰা বাক্য
a prediction
- ভবিষ্যবাণীbho.bis.wo.ba.niAbstract Noun
অনুমানৰ ভিত্তিত ভবিষ্যতে ঘটিব পাৰে বুলি ভবা কথা বা বিষয়
saying what one thinks will or may happen, occur in the future, often based on a sixth sense
- ভবিষ্যবাণী কৰ্bho.bis.wo.ba.ni korVerb-Trans.
বৰ্ত্তমানে উপলদ্ধ তথ্যৰ ভিত্তিত আগলে কি হ’বপাৰে তাক আগতীয়াকৈ কোৱা বা জনোৱা যেনে বতৰ বা বিক্ৰীৰ বিষয়ে কোৱা
to estimate about what will or may happen in the future, based on avilable present information e.g. of weather or sale
- ভবিষ্যৎbhabiṣyatNoun
আগলৈ অহা কাল
the futurity
- ভব্যbhabyaAdjective
বৱহৎ; ডাঙৰ-দীঘল; বৰ শকত
grand-looking; large
- ভব্য-গব্যbho.byo-go.byoProper Adj.
ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।
(a person) refined in manners, well-bred and polite.
- ভব্যতাbho.byo.taAbstract Noun
ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত আনৰ প্ৰতি ভাল আচৰণ দেখুওৱা গুণ।
the quality of showing good manners toward others, as in behavior, speech, etc.
- ভবৰণিbho.bo.ro.niAbstract Noun
Declaration of an intention to punish or hurt if an order etc. is not obeyed
- ভবৰাbhabarāTransitive verb
এনে কৰিম তেনে কৰিম বুলি ভয় দেখুবা
to threaten; intimidate
- ভবৰি উঠ্bhabari, uṭhIntransitive verb
ভয়ত নোম শিয়ৰি উঠ্
to be erect as the hairs, of the body, in fear
- ভমকbhamakaNoun
হঠাৎ বৰকৈ জ্বলি উঠা জুইৰ শব্দ
the sound of suddenly blazing fire
- ভমকা-ফুলীয়াbhamakā-phulīẏāAdjective
বৰ ডাঙৰ ডাঙৰ ফুল বছা
adorned with large figures of flowers, as cloth
- ভমকালbhamakālaAdjective
অলপতে খং উঠা
easily irritable
- ভমা পৰ্bhamā, par
ব্যৰ্থ হ; অপ্ৰতিভ হ; নিষ্ফল হ
to fail; to be set back; to be backward
- ভমা(-ভোমো)লাbhamā(-bhomo)lāAdjective
ডাঙৰ বিন্ধা থকা
having a large bore
- ভম্ভমনিNoun
a burning sensation