← ফুৰি যাওক

ভমক

bhamaka

অৰ্থ

1.

হঠাৎ বৰকৈ জ্বলি উঠা জুইৰ শব্দ

the sound of suddenly blazing fire

বি.

2.

অকস্মাৎ অতিপাতকৈ উঠা খং

sudden outburst of anger

বি.

3.

হঠাৎ বেগেৰে ওলোবা তেজ, পানী বা আন জুলীয়া বস্ত্তৰ কোব

the spurt or gush of water or any liquid substance

বি.

4.

তাপ বা খঙৰ আধিক্য

excessiveness of anger or heat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভমক · অসমীয়া অভিধান