কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাচাং-ফুচুংphācām-phucumAdjective
ফাকি দিয়া; ছল কৰা
bubble; deception
- ফাচি-ফুচাpha.si-phu.saProper Adj.
কোনো গুৰুত্ব বা ব্যৱহাৰ যোগ্যতা নথকা কথা ; সঁচা-মিছা বা ভাল-বেয়া বিচাৰ নকৰাকৈ মুখত যি আহে তাকে কয়
refers to a statement or talks having no significance or usefulness; speaking without regard of truth or propriety.
- ফাচ্-ফুচ্phāc-phucAdjective
ফাকি দিয়া; ছল কৰা
bubble; deception
- ফাজলামিphājalāmiNoun
চুপতি।
- ফাজি গণিতfa.ji go.nitAbstract Noun
Fuzzy mathematics is the branch of mathematics related to fuzzy set theory and fuzzy logic
- ফাজি সংহতি তত্বfa.ji xong.ho.ti to.twoAbstract Noun
fuzzy set theory is a branch of mathematics that studies sets whose elements have degrees of membership
- ফাজিলpha.jilProper Adj.
প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷
More than or beyond what is usual, normal, expected, or necessary.
- ফাটphāṭaNoun
পানী-ফাট; বেহা কৰিবলৈ বেপাৰী অহা-যোবা কৰা আৰু কৰ দিয়া ঠাই (সাধাৰণতে নৈৰ পাৰত)
a place on a river where traders assemble for business and for payment of duty
- ফাট মাৰ্phāṭa, mār
পলাই একেবাৰেই কোনেও নজনা নুশুনা হ; নিফুট মাৰ্
to abscond and be unheard of
- ফাট মেল্
ঠায়ে ঠায়ে অলপ ফাট্
To crack
- ফাটকpha.tokMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- ফাটকিয়ালNoun
ফাটকত পৰা মানুহ
a prisoner
- ফাটনNoun
ফটা বস্ত্তত হোবা আঁচ বা ৰেঙণি; ফাটি যোবা ঠাইত হোবা ছিৰা
a crack; a fissure
- ফাটবিহুphat.bi.huAbstract Noun
ফাটবিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ `ফাট` ম`হঘূলি চাপৰিত ষোল্ল শতিকাৰ পৰাই অনুষ্ঠিত হৈ অহা বিহু৷ আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে নৈৰ পাৰৰ একোডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল৷ উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ফাট বা হাট বহিছিল আৰু কৰ-কাটল লোৱা হৈছিল৷
A festival of Assam clebrated in Dhakuakhan area of Lakhimpur distric.
- ফাটমাৰা বেপাৰীphat.ma.ra be.pa.riCommon Noun
দেশৰ বাহিৰলৈ কোনো বস্তু বেআইনী ভাবে অনা কৰি ব্যৱসায় কৰা লোক৷
a person who takes goods into or out of a country illegally.
- ফাটি- ছিটি
খণ্ড খণ্ড হোবা
torn to pieces
- ফাটি-ছিটি যোবাphāṭi-chiṭi, yobāAdjective
ফাটি ছিৰাছিৰ হোবা
tattered
- ফাটেকpha.tekMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- ফাটেকিয়ালpha.te.kiyalCommon Noun
বন্দীশালত আটক কৰি ৰখা মানুহ
Person taken into custody and kept in prison
- ফাটোবালphāṭobālaNoun
বেপাৰীৰ ৰাজহ তোলোঁতা
one who collects duties upon trade