← ফুৰি যাওক

ফাট

phāṭa

অৰ্থ

1.

পানী-ফাট; বেহা কৰিবলৈ বেপাৰী অহা-যোবা কৰা আৰু কৰ দিয়া ঠাই (সাধাৰণতে নৈৰ পাৰত)

a place on a river where traders assemble for business and for payment of duty

বি.

2.

কোনো দোষ প্ৰমাণ হ'লে ইমান ধন দিম-এই বুলি কোনো মানুহে সমাজৰ আগত পেলাই দিয়া ধন বা সেই মূল্যৰ বস্ত্ত

a wager

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ