কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঞ্চচত্বাৰিংশpon.so.so.twa.ring.xoProper Noun
চল্লিছকৈ পাঁচ বেছি ৷
five more than forty; the symbol denoting 45. (৪৫ in Assamese)
- পঞ্চচত্বাৰিংশত্তমpon.so.so.twa.ring.xot.tomProper Noun
চল্লিছকৈ পাঁচ বেছি ৷
five more than forty; the symbol denoting 45. (৪৫ in Assamese)
- পঞ্চতত্ত্বpon.so.tot.twoAbstract Noun
দৰ্শন শাস্ত্ৰমতে পাঁচোটা মূল পদাৰ্থ; যেনে- ক্ষিতি (মাটি), অপ (পানী), তেজ (অগ্নি), মৰুত (বায়ু) আৰু ব্যোম (আকাশ)- এই পঞ্চভূতেৰে শৰীৰ গঠন হয়৷
the five elements of which the body is composed viz, earth, water, fire, air and ether.
- পঞ্চতত্বpañcatatba
সাংখ্যমতে পাঁচোটা মূল পদাৰ্থ, যেনে-ক্ষিতি (মাটি), অপ্ (পানী), তেজঃ (অগ্নি), মৰুৎ (বায়ু), আৰু ব্যোম (আকাশ)
the five elements, earth, air, water, fire and ether
- পঞ্চতন্ত্ৰpañcatantraNoun
এখন নীতি-শাস্ত্ৰৰ নাম
a well-known work on morals by Viṣṇusarman
- পঞ্চতন্মাত্ৰpañcatanmātraNoun
ৰূপ, ৰস, গন্ধ, শব্দ, স্পৰ্শ এই কেইটা [এই কেইটাৰপৰা পঞ্চভূত, ক্ষিতি, অপ্, তেজঃ, মৰুৎ আৰু ব্যোমৰ উৎপত্তি হয়।] (সাংখ্য)
the five senses from which the five elements are supposed to evolve (according to Sāṅkhya system of philosophy)
- পঞ্চতপpañcatapaNoun
চাৰিওফালে চাৰিকুৰা জুই আৰু সূৰ্য্যৰ মাজত থাকি কৰা তপস্যা
austerities practised amidst four fires with the midday sun above
- পঞ্চতিক্তpañcatiktaNoun
পাঁচবিধ তিতা বস্ত্তৰ সমষ্টি, যেনে-নিমৰ ছাল, পটলৰ মূল, বাহকৰ ছাল, আমৈলতা আৰু কণ্টকাৰী।
- পঞ্চতীৰ্থpañcatīrthaNoun
গুবাহাটীৰ কেয়োপিনে থকা পাচথন তীৰ্থ-কামাখ্যা, উমানন্দ, বশিষ্ঠাশ্ৰম, অশ্বক্লান্ত জাৰু শুক্ৰেশ্বৰ
the five shrines round about Gauhati
- পঞ্চত্বpañcatbaNoun
মৰণ; পঞ্চভূতত লয়
death; dissolution
- পঞ্চত্বপ্ৰাপ্তিpon.sot.wo.prap.tiAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- পঞ্চত্ৰিংশpon.so.trisProper Noun
ত্ৰিশতকৈ পাঁচ বেছি ৷
five more than thirty; the symbol denoting 35. (৩৫ in Assamese)
- পঞ্চত্ৰিংশত্তমpon.so.tri.xot.tomProper Noun
ত্ৰিশতকৈ পাঁচ বেছি ৷
five more than thirty; the symbol denoting 35. (৩৫ in Assamese)
- পঞ্চদশpañcadaśaNoun
পাঁচ আৰু দহ; পোন্ধৰ
fifteen
- পঞ্চদশীpon.so.do.xiProper Noun
কৃষ্ণ পক্ষ বা শুক্ল পক্ষৰ প্ৰথম দিনৰ পিচত পোন্ধৰ দিন সম্পূৰ্ণ হোৱা অমাৱাস্যা বা পূৰ্ণিমাৰ দিন৷
the ultimate day of the lunar fortnight between the full moon and the new moon.
- পঞ্চদেবতাpañcadebatāNoun
বিষ্ণু, শিব, দুৰ্গা, গণেশ আৰু সূৰ্য্য, এই পাঁচজন দেবতা
the five deities, the Sun, Ganeśa, Durgā, Śiva and Viṣṇu
- পঞ্চদেৱতাpon.so.de.bo.taAbstract Noun
সূৰ্য, গনেশ, দুৰ্গা, শিৱ আৰু বিষ্ণু এই পাঁচজন দেৱতা৷ সকলো হিন্দুৰ ক্ৰিয়াকাণ্ডৰ আগতে এই পাঁচজন দেৱতাক পূজা কৰিব লাগে৷
the five Gods, viz sun, Ganesh, Durga, Siva and Vishnu.
- পঞ্চনৱতিতমpon.so.no.wo.ti.tomAbstract Noun
নৱৈতকৈ পাঁচ বেছি ৷
five more than ninety; the symbol denoting 95. (৯৫ in Assamese)
- পঞ্চপঞ্চাশত্তমpon.so.son.sa.xot.tomProper Noun
পঞ্চাশতকৈ পাঁচ বেছি৷
five more than fifty; the symbol denoting 55. (৫৫ in Assamese)
- পঞ্চপল্লবpañcapallabaNoun
পাঁচ বিধ গছৰ পাতৰ সমষ্টি; যেনে-আম, আঁহত, বৰ, যজ্ঞ-ডিমৰু আৰু পলাশ-গছৰ পাত
the leaves of five-specific trees required in Hindu worship