পঞ্চতীৰ্থ
pañcatīrtha
অৰ্থ
1.
গুবাহাটীৰ কেয়োপিনে থকা পাচথন তীৰ্থ-কামাখ্যা, উমানন্দ, বশিষ্ঠাশ্ৰম, অশ্বক্লান্ত জাৰু শুক্ৰেশ্বৰ
the five shrines round about Gauhati
বি.
2.
জগন্নাথ ক্ষেত্ৰত থকা মাৰ্কণ্ডেয় হ্ৰদ আদি পাঁচ তীৰ্থ
the five sacred shrines round about the temple of Jagannāth in Orissa
বি.
3.
কাশীত থকা নন্দিকেশ আদি পাঁচখন তীৰ্থ-স্হান
the five sacred places round about Banaras
বি.
4.
নৈমিষাৰণ্য, প্ৰয়াগ, শৌকৰ, বিশ্ৰান্তি আৰু পুষ্কৰ নামৰ পাঁচ তীৰ্থ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ