কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যশোদানন্দনjo.xo`.da.non.donProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- যশোধনjo.xo`.dhonProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশোমণ্ডিতjo.xo`.mon.ditProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশোমতীNoun
নন্দৰ ভাৰ্য্যা; কৱষ্ণৰ পালিকা-মাক
the foster-mother of Krsna
- যশোৱন্তjo.xo`.won.toProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশোৱাjo.xo`.waProper Noun
নন্দৰ ভাৰ্যা, কৃষ্ণৰ তোলনীয়া মাতৃ৷
the name of the wife of Nanda, foster mother of Krishna.
- যশোৱান্jo.xo`.wanProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশৱন্তjo.xo.won.toProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যষ্টিyaṣṭiNoun
লাখুটি
a stick
- যষ্টিকাjos.ti.kaMaterial Noun
বাঁহ বা কাঠৰ শকত, দীঘল, গোল মাৰি|
A relatively long and slender piece of wood or bamboo.
- যষ্টিমধুyaṣṭimadhuNoun
এবিধ সৰু গছৰ সুবদি সুবদি লগা শিপা [ইউৰোপ, এছিয়াৰ অনেক দেশৰপৰা ভাৰতবৰ্ষলৈ ইয়াৰ আমদানি হয়; মচলা, ঔষধ আৰু ৰং তৈয়াৰ কৰাত ব্যবহাৰ হয়।]
the Liquorice root; Glycyrrhiza glabra
- যহyahaNoun
"যশ" চোবাঁ।
- যহ-তহyaha-tahaAdjective
"যেন তেন" চোবাঁ।
- যহতIndeclinable
কাৰণে; গুণত; গুণৰ দ্বাৰা
in consequence; on account of
- যহন-তহনyahana-tahanaAdjective
"যেন তেন" চোবাঁ।
- যহাyahāTransitive verb
যশস্যা কৰ্
to boast
- যাyāIntransitive verb
গতি কৰ্; গমন কৰ্; এঠাইৰপৰা আন ঠাইলৈ চল্; স্হানান্তৰ হ
to go
- যা-তাja-taAdposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- যাঁকিyām̐kiNoun
ৰ'দ নোহোবাত ধান শুকাবলৈ দিয়া যাগ বা জুইৰ তাপ
heat applied to dry paddy in a damp weather
- যাঁকি দি
ধান শুকাবলৈ জুইৰ তাপ লগা
to apply heat to paddy to dry it in a damp weather