← ফুৰি যাওক

যা

yā

অৰ্থ

1.

গতি কৰ্; গমন কৰ্; এঠাইৰপৰা আন ঠাইলৈ চল্; স্হানান্তৰ হ

to go

অক. ধা.

2.

স্বামীৰ সৰু বা ডাঙৰ ভায়েকৰ ভাৰ্য্যা; গিৰীয়েকৰ ককায়েক বা ভায়েকৰ ঘৈণীয়েক

the wife of husband's brother

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ