কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দন্তুৰীdon.tu.riProper Adj.
যাৰ ওপৰৰ পাৰি দাঁত আগলৈ ওলোৱা৷
One who`s front teeth of the upper jaw is upraised.
- দন্ত্তৰNoun
উজলা-দঁতা বা দঁতুবা মানুহ
a man with projecting teeth
- দন্ত্যAdjective
দাঁতত জিবা লগাই উচ্চাৰণ কৰা; দাঁতৰপৰা উচ্চাৰিত
dental
- দন্দdandaNoun
কন্দল; বৰ হাই কৰি কৰা বিবাদ; কোৰ্হাল
quarrel; wrangle
- দন্দ-বান্দNoun
দন্দ-খৰিয়াল; হাই- উৰুমি
a wrangle and such things
- দন্দশূকCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- দন্দুৰাNoun
দন্দ কৰা স্বভাবৰ
quarrelsome
- দন্দুৰীdon.du.riCommon Noun
খঙাল, কাজিয়া কৰি ফুৰা তিৰোতা
a violent, turbulent, or brawling woman
- দন্দুৱাদ্ৰোহdon.du.wa.dro`hAbstract Noun
কামৰূপৰ হৰদত্ত বীৰদত্ত নামে দুজন বীৰে আহোম সাম্ৰাজ্যৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিছিল যাক দন্দুৱাদ্ৰোহ আখ্যা দিয়া হৈছিল ৷ গৌৰীনাথ সিংহই বদন বৰফুকনক ভাঙি কলীয়া ভোমোৰাক গুৱাহাটীৰ বৰফুকন পাতিছিল ৷ তেওঁৰ নেতৃত্বত বীৰদত্ত পৰাজিত হৈছিল আৰু হৰদত্ত পলাই গৈছিল সন্ধ্যাঝাৰ হাবিৰ ফালে ৷
A mutiniy against Ahom kingdom by Haradutta and Biradutta.
- দন্যdon.yoAbstract Noun
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.
- দপতৰী
অফিচৰ পুথি, বহী আদি যতনাই ৰখা আৰু কাগজ, কলম আদি যোগান দিয়া বিষয়া
duftry
- দপদʼইপাProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- দপদপনিdop.do.po.niVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- দপদপাdop.do.paVerb-Trans.
নিজে পোৱা পুৰস্কাৰ, নিজৰ সম্পত্তি বা সামৰ্থ আদিৰ বিষয়ে অতিৰঞ্জিতকৈ কোৱা ৷
Talk with excessive pride and self-satisfaction about one's achievements, possessions, or abilities.
- দপদপীয়াdop.do.pi.yaProper Adj.
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
refers to a high intensity non-stop shower or rain.
- দপদ্বাৰdapadbāraNoun
"দোপদৰ" চোবাঁ।
- দপনাdapanāNoun
ডকা; মঙহৰ ডাঙৰ খণ্ড; . কাঠৰ ডাঙৰ ডাঠ চেপেটা খণ্ড
a large piece of flesh ; a large flat piece of wood
- দপনা ফাট্
শকত হ
to grow fat
- দপনা-দপনAdjective
ডাঙৰ ডাঙৰ চেপেটা বা দবহা খণ্ড হোবা
divided into large pieces
- দপাটকৈdapāṭakaiAdverb
তত্ক্ষণাৎ
immediately