দন্দুৱাদ্ৰোহ
don.du.wa.dro`h
অৰ্থ
1.
কামৰূপৰ হৰদত্ত বীৰদত্ত নামে দুজন বীৰে আহোম সাম্ৰাজ্যৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিছিল যাক দন্দুৱাদ্ৰোহ আখ্যা দিয়া হৈছিল ৷ গৌৰীনাথ সিংহই বদন বৰফুকনক ভাঙি কলীয়া ভোমোৰাক গুৱাহাটীৰ বৰফুকন পাতিছিল ৷ তেওঁৰ নেতৃত্বত বীৰদত্ত পৰাজিত হৈছিল আৰু হৰদত্ত পলাই গৈছিল সন্ধ্যাঝাৰ হাবিৰ ফালে ৷
A mutiniy against Ahom kingdom by Haradutta and Biradutta.
গুণবাচক বিশেষ্য
2.
ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক উপন্যাস৷
A historycal novel written by Rajanikanta Bordoloi
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ