কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠেটুবাṭheṭubāNoun
জাৰত হাত-ভৰি অবশ বা ঠেৰেঙা হোবা অবস্হা
numbness of hand or foot from cold
- ঠেন-নেঠেনthen-ne.thenAbstract Noun
দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক নিশ্চিত কৰিব নোৱাৰা অৱস্থা ৷
A situation that requires a choice between options that are or seem equally unfavorable or mutually exclusive
- ঠেন-মেঠেনṭhena-meṭhenaNoun
এটকেন-মেটকেন।
- ঠেনুṭhenuNoun
ঠেঙুলি।
- ঠেবাṭhebāNoun
কোবা বা লিখা কথাৰ ভাগ; ছেদ; খণ্ড
a para
- ঠেবৌ লতাṭhebau, latāNoun
তিনি-ফেৰেঙীয়া পাতেৰে এবিধ ডাঙৰ বনৰীয়া লতা আৰু তাৰ চমকীয়া ঘূৰণীয়া ফল
a kind of wild creeper
- ঠেলthelVerb-Trans.
শক্তিৰে কোনো বস্তুক নিজৰ পৰা দূৰলৈ আঁতৰাই দে
to force something away from oneself.
- ঠেলঠেলীয়াṭhelaṭhelīẏāAdjective
থপথপীয়া।
- ঠেলাNoun
হেঁচা; কোনো বস্ত্ত লৰাবলৈ তাত বল দিয়া কাৰ্য্য; হেঁচি হোঁহকোবা কাৰ্য্য
a push
- ঠেলা মাৰ্
ঠেল্
to push
- ঠেলা-ঠেলিNoun
হেঁচা-হেঁচি; এটাই আনটোক ঠেলা মৰা কাৰ্য়্য
the act of pushing each other
- ঠেলা-ঠেলি কৰ্Verb-Trans.
বিশেষকৈ ভিৰৰ মাজত কাৰোবাক ঠেলা মাৰ, কিলাকুটিৰে হেঁচোক, বা খুন্দা মাৰ৷
push, elbow, or bump against (someone) roughly, typically in a crowd.
- ঠেলা-হেঁচাthe.la-he~.saAbstract Noun
একে ঠাইত অস্বাভাৱিকভাৱে গোট খোৱা এক সমূহ বা তেনে কৰা কাৰ্য্য।
abnormal accumulation or obstruction, esp. of traffic etc.
- ঠেলাগাড়ীthe.la.ga.riAbstract Noun
হাতেৰে ঠেলি চলোৱা দুটা চকাৰ এখন গাড়ী৷
A small, usually two-wheeled cart pulled or pushed by hand.
- ঠেলেঙা-ঠেলেংthe.le.nga-the.lengProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- ঠেলেঙা-ঠেলেঙিṭheleṅā-ṭheleṅiAdjective
যেনি পাই তেনি পৰা; বিশৱঙ্খল হোবা
deranged; tangled
- ঠেলেঙ্গা-ঠেলেঙ্গিthe.le.ng.ga-the.le.ng.giProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- ঠেলোঁতা
হেঁচোতা
a man who pushes
- ঠেল্ṭhelTransitive verb
হেঁচ্; হেঁচোক; হেঁচি দূৰ কৰ
to push
- ঠেল্ ঠেল্ কৰেṭhel, ṭhel, kareAdjective
ঠেহ্ঠেহীয়া; ঘন হৈ থকা
crammed; full of (as seed of fruit)