← ফুৰি যাওক

ঠেলা

অৰ্থ

1.

হেঁচা; কোনো বস্ত্ত লৰাবলৈ তাত বল দিয়া কাৰ্য্য; হেঁচি হোঁহকোবা কাৰ্য্য

a push

বি.

2.

গীত-নাচ আদিৰ ভঙ্গি; ঠেও

peculiar manner of singing or dancing

বি.

3.

আনৰ হতুবাই হেঁচা

to cause to be pushed

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেলা · অসমীয়া অভিধান