কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হস্তচালিতhos.to.sa.li.toVerbal Adj.
হাতেৰে তৈয়াৰী বা হাতেৰে কৰা।
done or made by hand.
- হস্তচ্যুত
হাতৰপৰা এৰোবা বা পৰা
gone from one's hand or possession
- হস্ততাঁতhos.to.ta~tMaterial Noun
হাতেৰে কাপোৰ বোৱা সঁজুলি।
A manual machine or apparatus for weaving fabric. Usually, a frame for interlacing at right angles two or more sets of threads or yarns to form a cloth.
- হস্তমুদ্ৰাhos.to.mud.raAbstract Noun
ভাৱ বা বস্তু বুজোৱা, নৃত্যত ব্যৱহাৰ কৰা সংকেত।
symbolical position of bodily organs during a dance.
- হস্তমৈথুনhos.to.moi.thunAbstract Noun
the stimulation or manipulation of one's own genitals, esp. to orgasm; sexual self-gratification.
- হস্তমৈথুন কৰ্hos.to.moi.thun korVerb-Intran.
যৌন তৃপ্তি লাভৰ উদ্দেশ্যে (নিজৰ বা আন এজনৰ) যৌনাঙ্গ উত্তেজিত কৰ্
to stimulate the genital organs of (oneself or another) to achieve sexual pleasure
- হস্তলিপিhos.to.li.piAbstract Noun
কলম, পেঞ্চিল আদিৰে হাতেৰে লিখা গদ্য/পদ্য
texts written by hand using a writing device
- হস্তলিপি শিল্পীCommon Noun
অক্ষৰ কলাত পাকৈত ব্যক্তি
a person who is skilled in calligraphy
- হস্তশিল্পhos.to.xil.poAbstract Noun
নিজৰ হাতৰ সহায়েৰে বাঁহ-বেঁত আদিৰে তৈয়াৰ কৰা কোনো শিল্পকৰ্ম৷
A craft or occupation requiring skilled use of the hands.
- হস্তাhastāNoun
ত্ৰয়োদশ অধিকাৰৰ বা হাতৰ বস্ত্ত আন এজনক দিয়া কাৰ্য্য
transfeece of one's possession to another
- হস্তাক্ষৰhastākṣaraNoun
হস্তলিপি; হাতৰ আখৰ
handwriting
- হস্তাক্ষৰ কৰ্hos.ta.khyor korVerb-Intran.
Writing one's name or signature on a document etc. as authorization
- হস্তাক্ষৰ বিশেষজ্ঞCommon Noun
যিজনে হাতৰ আখৰ কলা অধ্যয়ন কৰে বা সেই সম্পৰ্কীয় ব্যৱসায় কৰে
One who exercises or professes the art or business of writing
- হস্তান্তৰhos.tan.torVerbal Noun
the transfer of responsibility or duties by an out-going official to the in-coming official, or to an acting official taking charge during one's leave.
- হস্তান্তৰ পত্ৰhos.tan.tor po.troAbstract Noun
document effecting a property transfer
- হস্তান্তৰ-পত্ৰNoun
এজনৰ বস্ত্ত আন এজনৰ অধিকাৰলৈ লিখি দিয়া পত্ৰ
a deed of transference or conveyance
- হস্তান্তৰকাৰীCommon Noun
যি কোনো প্ৰতিষ্ঠানৰ বাবে কৰ্মচাৰী নিযুক্ত কৰে ৷
a person or business that employs one or more people, esp. for wages or salary
- হস্তান্তৰিতhos.tan.to.ritVerbal Adj.
যিটো আনৰ হাতলৈ দিয়া হৈছে
which has been transferred to other`s possession
- হস্তিদন্তhos.ti.don.toMaterial Noun
a tooth developed to great length, as in the elephant.
- হস্তিনাপুৰhastināpuraNoun
চন্দ্ৰবংশী সুহোত্ৰ ৰজাৰ পুতেক হস্তী নামে ৰজাই পতা নগৰ [ইয়াত দুৰ্য্যোধন ৰজাই ৰাজত্ব কৰিছিল; এই নগৰ বৰ্ত্তমান দিল্লীৰ ওচৰত।]
name of an ancient city near modern Delhi