← ফুৰি যাওক

হস্তিনাপুৰ

hastināpura

অৰ্থ

1.

চন্দ্ৰবংশী সুহোত্ৰ ৰজাৰ পুতেক হস্তী নামে ৰজাই পতা নগৰ [ইয়াত দুৰ্য্যোধন ৰজাই ৰাজত্ব কৰিছিল; এই নগৰ বৰ্ত্তমান দিল্লীৰ ওচৰত।]

name of an ancient city near modern Delhi

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হস্তিনাপুৰ · অসমীয়া অভিধান