কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাতৱdha.tobProper Adj.
ধাতুৰে নিৰ্মিত বা দেখাত ধাতুৰ নিচিনা
made up of metals or appears like that of metal.
- ধাদহীdhādahīAdjective
এলেহুবা বা গা-গধুৰ (মাইকী); অকাজী
lazy; unskilful
- ধাদুমীdhādumīNoun
দাবহী; লুধুমী; ধামনী; গা-ডাঙৰ
corpulent; heavy-bodied; fat
- ধানdhānaNoun
এবিধ ভিতৰত চাউল হোবা বনৰ গুটি আৰু তাৰ গছ [সাধাৰণতে ইয়াৰ তিনি জাতি-আহু, বাও আৰু শালি; এই কেইজাতিৰো আকৌ বহু উপজাতি আছে; মুঠতে
- ধান দাdhan daAbstract Noun
কোনো কাম, সিদ্ধান্ত, বা আৰোপৰ মূল বিষয় ৷
The basis or motive for an action, decision, or conviction.
- ধান বনাদি বান্
ভয়ত বা বেজাৰত (বুকু) কঁপ্ বা ধপ্ধপা
to have palpitation or beating of the heart out of fear, etc.
- ধান-কলdhāna-kalaNoun
ধান বনা কল
rice-mill
- ধান-খেৰ
গুটি গুচোবা ধানৰ শুকান গছ
paddy straw
- ধান-পুৰীয়াdhan-pu.ri.yaProper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- ধান-মাহdhāna-māhaNoun
ধান, ঘেহু আদিৰ দৰে খাদ্য-শস্য উৎপন্ন কৰা তৱণ
cereal
- ধানকলdhan.kolMaterial Noun
ধান বনা/খুন্দা কল বা মেছিন৷
a mill for grinding rice.
- ধানখেৰdhan.kherMaterial Noun
শুকান ধানৰ গা গছ
dry stalk of rice plant
- ধাননিNoun
ধানৰ খেতি থকা পথাৰ
a field of paddy
- ধাননি পথাৰdha.no.ni po.tharMaterial Noun
ধানৰ খেতি কৰা পথাৰ
a field where rice is cultivated
- ধানপতাdhan.po.taMaterial Noun
ভিতৰত চাউল নথকা ধানৰ লগতে অহা পাতল ধানৰ নষ্ট বীজ
damaged rice grains with only the outer covering and no edible grain inside
- ধানপুৰীয়াAdjective
এপুৰা ধানৰ মূল্যৰ; ডাঙৰ; যেনে-"ধানপুৰীয়া কঁঠাল"
valuable; large
- ধানমিলdhan.milMaterial Noun
ধান বনা/খুন্দা কল বা মেছিন৷
a mill for grinding rice.
- ধানীফলNoun
ধানীফল
ধানীফল
- ধানুকীdhānukīNoun
ধনুধাৰী সেনা; যেনে-"ধনুশৰ ধৰি ধাবে ধানুকীসকল" (মা., আদিকাণ্ড)
an archer
- ধান্দাdhāndāNoun
ভাবনা; চিন্তা
anxiety