ধান
dhāna
অৰ্থ
1.
এবিধ ভিতৰত চাউল হোবা বনৰ গুটি আৰু তাৰ গছ [সাধাৰণতে ইয়াৰ তিনি জাতি-আহু, বাও আৰু শালি; এই কেইজাতিৰো আকৌ বহু উপজাতি আছে; মুঠতে
বি.
2.
বিধমান ধানৰ নাম জনাযায়।]
the rice plant; paddy; oryza sativa
বি.
3.
অতি ক্ষুদ্ৰ বস্ত্ত বা অংশ; কণা; যেনে-"এধানমান বস্ত্ত"
a minute thing or portion of a thing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ