কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢেৰাḍherāTransitive verb
বহুত গোটা বা আৰ্জ্জ; বিস্তৰ আৰ্জ্জ; সৰহকৈ সাঁচ্
to earn in heaps; to accumulate
- ঢেৰা-পাকḍherā-pākaNoun
অসমীয়া ভাওনাৰ গান-বাজনাৰ আৰম্ভতে বহুত লোক গোট খাই নামঘৰৰ ভিতৰত চাৰিওফালে ঘূৰি ঘূৰি দিয়া পাক।
- ঢেৰা-পাক দি
পানী-পৰুবা দি।
- ঢেৰাই-মেৰাইḍherāi-merāiAdverb
দুখ বা ভাগৰত বাগৰি বা শুই পৰি
(to drop or lie down) with fatigue
- ঢেৰুবাḍherubāNoun
এবিধ মূলা জাতিৰ শাক [ইয়াৰ মূলা নধৰে; ইয়াৰ গুটিৰ তেল বৰ জলা আৰু ঔষধত লাগে।]
a kind of pot herb
- ঢেৰুৱাৰ ঠাৰিdhe.ru.ar-tha.riMaterial Noun
পৈণত বা বুঢ়া হৈ যোৱা মূলা আদিৰ (যি আচলতে কঠুৱা বা সোনকালে সিদ্ধ নহয়) ঠাৰি৷
The stem of old /over-ripe radishor any similar vegetable.
- ঢেৰেকḍherekaNoun
ডাঙৰকৈ হোবা ঢেৰেক শব্দ; কোনো বস্ত্ত হঠাৎ ফাটিলে ওলোবাৰ নিচিনা ডাঙৰ শব্দ
an imitative word used to express a violent bursting noise
- ঢেৰেকনিNoun
বজ্ৰপাতৰ শব্দ; বিজুলী মৰাৰ পাছত আকাশত হোবা শব্দ
a clap of thunder
- ঢেৰেকা-পোৰাḍherekā-porāAdjective
আধা-পোৰা
half or partly burnt
- ঢোঁহা
আঁত নিবিচৰাকৈ টনাত আউল লগা; মুকলি হৈ আঁত হেৰোবা
entangled
- ঢোঁহোৰ- মোহোৰAdjective
বিশৱঙ্খল; আউল লগা
disordered; tangled
- ঢোঁহোৰ-মোহোৰdho`~.ho`r-mo`.ho`rVerbal Adj.
চুলি আদি আউল বা গাঁঠি লগা৷
tangled, intertwined or matted roots.
- ঢোঁহোৰা
আঁত নিবিচৰাকৈ টনাত আউল লগা; মুকলি হৈ আঁত হেৰোবা
entangled
- ঢোঁহ্ḍhom̐hTransitive verb
আঁত নিবিচৰাকে এনেয়ে এঠাইত ধৰি টানি উলিয়া; যেনে-"ঘৰৰ খেৰ টুঁহিছে"
to draw out in a disorderly manner, as straw, or thread
- ঢোঁহৰ-মোহৰ লাগ্
বিমোৰ হ
to be perplexed; to be puzzled
- ঢোঁৰা কাউৰীdho`.ra kau.riCommon Noun
A larger and heavier version of the jungle crow with black feathers and a massive bill. Males and females look alike.It is usually seen in pairs, also they are monogamous in their entire life. Its lifetime is up to 15 years. It is omnivorous, eats almost all the things that is edible. Its nesting season is from December to March.
- ঢোঁৰা সাপdho~.ra xapCommon Noun
সাধাৰণতে পানীত বাস কৰা এবিধ বিষহীন সাপ৷
a common species of non-venomous snake found in Asia. Found in or near fresh water lakes or rivers. Feeds mainly on small fishes and water frogs.
- ঢোঁৰা-কোবাḍhom̐rā-kobāNoun
এবিধ ডাঙৰ কাউৰী চৰাইৰ মতা
the raven; the rook
- ঢোঁৰা-কোৱাdho`~.ra-ko`.waCommon Noun
A larger and heavier version of the jungle crow with black feathers and a massive bill. Males and females look alike.It is usually seen in pairs, also they are monogamous in their entire life. Its lifetime is up to 15 years. It is omnivorous, eats almost all the things that is edible. Its nesting season is from December to March.
- ঢোঁৰা-সাপḍhom̐rā-sāpaNoun
এবিধ বিষ নথকা সাপ
a kind of snake