← ফুৰি যাওক

ঢেৰা-পাক

ḍherā-pāka

অৰ্থ

1.

অসমীয়া ভাওনাৰ গান-বাজনাৰ আৰম্ভতে বহুত লোক গোট খাই নামঘৰৰ ভিতৰত চাৰিওফালে ঘূৰি ঘূৰি দিয়া পাক।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢেৰা-পাক · অসমীয়া অভিধান