কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাটি লগা
শীতলা দেবী বা আন কোনো দেবতাৰ অপৰাধত পৰ্
to incur displeasure or give offence to any god or goddess
- ঘাটি হgha.ti hoVerb-Intran.
ব্যৱসায় বাণিজ্যত আৰ্থিকভাৱে ক্ষতি হ৷
to suffer material loss in a financial activity
- ঘাটীghāṭīAdjective
কম; টুটা; তাকৰ; ন্যূন; যেনে-"জোখত
- ঘাটুবৈghāṭubaiNoun
ঘাটৈ।
- ঘাটুৱৈgha.tu.woiProper Noun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোৱা মানুহ আৰু ঘাটত নাৱেৰে মানুহ পাৰ কৰোঁতা |
A man who operates a ferry/boat to carry person from one side of the rive to other side of the river.
- ঘাটৈghāṭaiNoun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোবা মানুহ; ঘাটত নাবেৰে মানুহ পাৰ কৰা মানুহ
a license of a ferry; a ferry-man
- ঘাটোবালghāṭobālaNoun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোবা মানুহ; ঘাটত নাবেৰে মানুহ পাৰ কৰা মানুহ
a license of a ferry; a ferry-man
- ঘাটোৱালgha.to`.walProper Noun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোৱা মানুহ আৰু ঘাটত নাৱেৰে মানুহ পাৰ কৰোঁতা |
A man who operates a ferry/boat to carry person from one side of the rive to other side of the river.
- ঘাটোৱাৰgha.to`.warAbstract Noun
অসমৰ চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা উপাধি৷
A title among the tea tribes of Assam.
- ঘাট্ghāṭIntransitive verb
কম হ; টুট্; তাকৰ হ; যেনে-"জোখত দুসেৰ ঘাটিল"
to be less in measure or quantity
- ঘাণ্টিghāṇṭiNoun
মাছ-পাচলি মিহলাই জোল নোহোবাকৈ থপ্- থপীয়াকৈ সিজোবা এবিধ আঞ্জা; যেনে-"বড়ালীৰ ঘাণ্টি লাড়ি মৎস্যত মসুৰ" (কুমৰ- হৰণ)
a dry curry of fish and vegetables
- ঘাতghātaNoun
তাল-মৱদং আদিৰে গোবা গায়নৰ প্ৰতি আধ্যা বা ভাগৰ অন্তত এটাইবোৰ বাদ্য একেলগে বজাই মৰা সামৰণি; ঘেতা; গীত-বাদ্যৰ ছেদ; মান
simultaneous flourish or striking up all the musical instruments at the end of each division or part of musical performance
- ঘাত বলghat.balAbstract Noun
বল আৰু বলে ক্ৰিয়া কৰা সময়ৰ গুণফল
The product of the force and the time during which the force acts.
- ঘাত ্ghātaTransitive verb
গায়নৰ এক আধ্যা বা ভাগ সামৰ্; ঘেতা মাৰ্।
- ঘাত-বাদ্যMaterial Noun
হাত, লাঠি আৰু হাতুৰীৰে আঘাত কৰাৰ ফলত শব্দ সৃষ্টি হোৱা বাদ্যযন্ত্ৰ ৷
the family of instruments in which sound arises from the striking of materials with sticks, hammers, or the hands.
- ঘাত-বাদ্য বাদকCommon Noun
বিশেষকৈ সুৰ-বাহিনীত ঘাত-বাদ্য বজাওঁতা লোক ৷
a player of a percussion instrument, especially in an orchestra.
- ঘাতকNoun
নাশ কৰোঁতা; বধ কৰোঁতা; নষ্ট বা ভঙ্গ কৰোঁতা
a killer; breaker or destroyer
- ঘাতকীNoun
নাশ কৰোঁতা; বধ কৰোঁতা; নষ্ট বা ভঙ্গ কৰোঁতা
a killer; breaker or destroyer
- ঘাতনgha.tonVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- ঘাতব্যVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed