ঘাত
ghāta
অৰ্থ
1.
তাল-মৱদং আদিৰে গোবা গায়নৰ প্ৰতি আধ্যা বা ভাগৰ অন্তত এটাইবোৰ বাদ্য একেলগে বজাই মৰা সামৰণি; ঘেতা; গীত-বাদ্যৰ ছেদ; মান
simultaneous flourish or striking up all the musical instruments at the end of each division or part of musical performance
বি.
সমাৰ্থক শব্দ
2.
ঘেতা; যেনে-গুৰু-ঘাত; অক. ধা. ঘাৎ ঘেতা মাৰ্; যেনে-"গায়নে ৰাগ ঘাতিছে"; ঘাত মাৰ্।
বি.
3.
প্ৰহাৰ; আঘাত; যেনে-"দান্তে দান্তে নখে নখে মুঠি কিল ঘাত" (মা. ক., লঙ্কা-কাণ্ড)
stroke
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ