কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষয়ীভৱনkhyo.yi.bho.bonAbstract Noun
a state of deterioration in metals caused by oxidation or chemical action
- ক্ষয়ৰোগkṣaẏarogaNoun
শৰীৰ ক্ষীণাই যোবা বেমাৰ; খেহ ৰোগ; যক্ষ্মা ৰোগ
consumption
- ক্ষয়ৰোগী
ক্ষয় ৰোগে ধৰা; খেহৰুগীয়া
consumptive; suffering from consumption
- ক্ষৰণNoun; Adjective
ক্ষৰিত টোপা-টোপে পৰা; লাহে লাহে পৰা; বিগলিত
dropping; dribbling
- ক্ষৰিতkhyo.ri.toAdjective Adj.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
- ক্ষৰ্kṣarIntransitive verb
টোপা-টোপকৈ পৰ্; অলপ অলপকৈ পৰ্
to fill by drops; to dribble