ক্ষৰিত
khyo.ri.to
অৰ্থ
1.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
বিশেষণীয় বিশেষণ
সমাৰ্থক শব্দ
2.
টোপা-টোপে পৰা অথবা অলপ-অলপকৈ পৰা।
fell or flown in drops or small quantities.
কৃদন্ত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ