কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হওঁকho.u~kVerb-Intran.
কাৰোৱাৰ অৱস্থা সলনি হোৱা৷
to change one's status to be something else
- হওঁতাAdjective
হোবা
produced; finished
- হওন
কৱদ.
- হকhakaAdjective
যথাৰ্থ; সত্য; সঁচা
real; true
- হকহকীয়াhol.ho.li.yaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- হকা-বধাhakā-badhāNoun
হাক আৰু বাধা দিয়া কাৰ্য্য; নিষেধ; মানা
obstruction; prohibition
- হকা-বাধাho.ka-ba.dhaAbstract Noun
কোনো কাম নকৰিবলৈ দিয়া আদেশ বা উপদেশ |
The action of prohibiting or inhibiting or forbidding (or an instance thereof).
- হকা-হুনাhakā-hunāNoun
খকা-খুন্দা; হাই-উৰুমি
a wrangle; a noisy dispute
- হকাৰho.karCommon Noun
ঘৰে ঘৰে বস্তু বেচি ফুৰা বেপাৰী
A trader who sells goods form door to door.
- হকীho.kiProper Noun
এডাল এমুৰে বেকা মাৰিৰে বল ঠেলি, দুটা দলৰ মাজত খেলা এবিধ খেল৷
A game in which two parties of players, armed with sticks curved or hooked at the end, attempt to drive any small object (as a ball or a bit of wood) toward opposite goals.
- হকেhakeAdverb
পক্ষে; বাবে; পৰিবৰ্ত্তে
for the benefit of; on behalf of
- হকে-বিহকেho.ke-bi.ho.keAdverb
উচিত-অনুচিত বিচাৰ নকৰাকৈ
without considering the congruity or appropriateness
- হক্ হক্hak, hak
বৰকৈ হঁহা বা বঁতিওয়াৰ শব্দ
an imitative sound used to express the sound of a loud laughter or of vomitting
- হক্হকীয়াAdjective
ভল্ভলীয়া; ডাঙৰ ডাঙৰকৈ কথা কোবা
habitually talking loudly
- হকয়াhakaẏāAdjective
হৈয়া; একতীয়া; হেলনীয়া; এফাললৈ ঢাল লোবা
oblique; aslant
- হগনাhaganāAdjective
শৌচ কৰি নোধোবা বা শুচি নোহোবা
not washed or purified after going to stools
- হগনা-তলিNoun
শৌচ কৰা বা মল ত্যাগ কৰা ঠাই; গূবনি
a place for evacuating bowels
- হগা কাৰ্য্যho.ga kar.jyoAbstract Noun
মলদ্বাৰৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় বস্তু বাহিৰ কৰি দিয়া কাৰ্য্য
The act of discharging waste from the body through the anus.
- হগুবাTransitive verb
শৌচ কৰা
to cause to evacuate bowels
- হগুৰাhagurāAdjective
ঘনাই হাগি থকা; পেট-ৰুগীয়া
having looseness of the bowels; dyspeptic