← ফুৰি যাওকহকয়াhakaẏāঅৰ্থ1.হৈয়া; একতীয়া; হেলনীয়া; এফাললৈ ঢাল লোবাoblique; aslantবিণ.সমাৰ্থক শব্দহঁকয়া · ham̐kaẏā2.কেয়োফালে থিয় বা পোন নোহোবাnot rectangularবিণ.সমাৰ্থক শব্দহঁকয়া · ham̐kaẏāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ