কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঁচান্নবৈpam̐cānnabaiNoun
পাঁচ আৰু নব্বৈ
- পঁচানৱৈpo~.sa.no.woiAbstract Noun
নৱৈতকৈ পাঁচ বেছি ৷
five more than ninety; the symbol denoting 95. (৯৫ in Assamese)
- পঁচাশীpam̐cāśīNoun
পাঁচ আৰু আশী; চাৰি কুৰি পাঁচ
eighty five
- পঁচিpam̐ciNoun
ছটা কড়িৰে এখন ঢালত খেলা এবিধ খেল [তাত পাঁচোটা কৰি চিত হৈ পৰিলে পঁচি হয় আৰু তাৰ গুটি পঁচিশ ঘৰ যায়]
a game played with six cowrie-shells on a checkered board with 96 divisions
- পঁচিছpo~.sisAbstract Noun
বিছতকৈ পাঁচ বেছি৷
five more than twenty,the symbol denoting 25.
- পঁচিশpam̐ciśaNoun
পাঁচ আৰু কুবি
- পঁচৰঙীpam̐caraṅīNoun
কেইবাবৰণৰ আঁচ থকা এবিধ এড়ীয়া কাপোৰ
a kind of striped Eria cloth made in Kamrup
- পঁজাpam̐jāNoun
নিচেই সৰু ঘৰ
a hut; a shanty
- পঁজালpam̐jālaTransitive verb
ঘঁহি চাঁচি জোঙা কৰ্; পিঁজাল্
to make pointed at the end
- পঁজাল্po~.jalVerb-Trans.
ঘঁহি চাঁচি জোঙা কৰ্ (বাঁহ, কাঠ আদি)
to make pointed at the end (bamboo, wood etc.)
- পঁষষ্ঠিpo~.xos.thiProper Noun
ষাঠিতকৈ পাঁচ বেছি ৷
five more than sixty; the symbol denoting 65. (৬৫ in Assamese)
- পঁসত্তৰpo~.xot.torProper Noun
সত্তৰতকৈ পাঁচ বেছি ৷
five more than seventy; the symbol denoting 75. (৭৫ in Assamese)
- পঁড়িতpo~.ritProper Adj.
যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |
having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal
- পঁয়ত্ৰিশpo~y.trisProper Noun
ত্ৰিশতকৈ পাঁচ বেছি ৷
five more than thirty; the symbol denoting 35. (৩৫ in Assamese)
- পঁয়ালগাpo.~ya.lo.gaProper Adj.
কমকৈ বঢ়া, আশাকৰা পৰিমানে নবঢ়া
low growth then expected
- পং-কথাpam-kathāNoun
অলংকাৰযুক্ত বা ৰঞ্জিত কথা
ornamental or rhetorical words or speech
- পংকpong.koMaterial Noun
মিহি মাটিৰ কণাৰে গঠিত পদাৰ্থ যি তিতি থকা অৱস্থাত ঢিলা আৰু সোপোকা কিন্তু তপতালে টান হৈ পৰে। ইয়াৰে ইটা, মাটিৰ পাত্ৰ আদি তৈয়াৰ কৰা হয়।
A fine-grained, firm earthy material that is plastic when wet and hardens when heated, consisting primarily of hydrated silicates of aluminum and widely used in making bricks, tiles, and pottery.
- পংকজpon.kojCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- পংকবাসpong.ko.baxCommon Noun
পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷
a ten-footed crustacean, with the first pair of legs as pincers.
- পংকমণ্ডুকpong.ko.mon.dukCommon Noun
পৰিস্কাৰ পানী, মাটি অথবা সমুদ্ৰত থকা টান খোলাৰে আবৃত্ত এবিধ কোমলদেহী জীৱ ৷
Freshwater or marine or terrestrial gastropod mollusk usually having an external enclosing spiral shell.