পঁজাল
pam̐jāla
অৰ্থ
1.
ঘঁহি চাঁচি জোঙা কৰ্; পিঁজাল্
to make pointed at the end
সক. ধা.
2.
খোজ কাঢ়োঁতে হোবা ভৰিৰ শব্দ শুনি কোনো মানুহ বা জন্ত্ত ওচৰ চপাৰ উমান
a conjecture formed from the sound of foot-steps of the approach of some person or animal
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ