কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংবহনVerbal Noun
শৰীৰত ৰক্তৰ প্ৰৱাহ
Movement to and fro, or from and back to a starting point, esp. that of blood from and to the heart
- সংবহন কলাxong.bo.hon ko.laProper Noun
নলী আৰু সিৰাৰে গঠিত উদ্ভিদ কলা, যি উচ্চস্তৰীয় উদ্ভিদৰ ক্ষেত্ৰত ৰস বহনকাৰী তন্ত্ৰ গঠিত কৰে
plant tissue consisting of ducts or vessels, that, in the higher plants, forms the system (vascular system) by which sap is conveyed through the plant
- সংবহন গুচ্ছMaterial Noun
সংবহন গুচ্ছ
সংবহন গুচ্ছ
- সংবাতনxong.ba.tonVerbal Noun
মুক্ত বতাহ চলাচল আৰু যোগান ধৰা কাৰ্য |
the act of supplying and circulation of fresh air.
- সংবাদxong.badAbstract Noun
সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান
Knowledge of specific events or situations that has been gathered or received by communication
- সংবাদ চিত্ৰAbstract Noun
এক প্ৰকাৰৰ চুটি তথ্যচিত্ৰ য’ত বাতৰিৰ প্ৰবন্ধ আৰু সাম্প্ৰতিক পৰিঘটনা সন্নিবিষ্ট কৰা হয়৷
A type of short documentary film that contains news articles and current events.
- সংবাদ-কৰ্মীxong.bad-kor.miCommon Noun
বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷
One who collects and gives account of events for a newspaper, radio or television.
- সংবাদ-বাহকxong.bad-ba.hokCommon Noun
ৰজাঘৰীয়া অথবা আজিকালি কাৰ্য্যালয়ত আৰু ডাকঘৰত চিঠিপত্ৰ আদি বিতৰণ কৰা কৰ্মচাৰী।
A person of menial position assigned works like carrying messages or provide other services to a higher official.
- সংবাদদাতাxong.bad.da.taCommon Noun
বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷
One who collects and gives account of events for a newspaper, radio or television.
- সংবাদপত্ৰxong.bad.pot.roMaterial Noun
দৈনিক অথবা সাপ্তাহিক প্ৰকাশিত কাকত য’ত প্ৰাসাঙ্গিক খবৰ, চিন্তন, আলোচনা, প্ৰৱন্ধ আদি থাকে৷
A publication, usually issued daily or weekly, containing current news, editorials, feature articles, and usually advertising
- সংবাদসেৱাProper Noun
সংবাদ আৰু অন্যান্য বাতৰি সংগ্ৰহ, সম্পাদনা আদিৰ লগত জড়িত বৃত্তি ৷
the occupation of reporting, writing, editing, photographing, or broadcasting news or of conducting any news organization as a business.
- সংবাদসেৱীCommon Noun
বাতৰিকাকত আৰু আলোচনীৰ লেখক।
A writer for newspapers and magazines.
- সংবাহকxong.ba.hokCommon Noun
A person or animal that carries something
- সংবাহ্যxong.ba.hyoProper Adj.
আকাৰত সৰু আৰু যিটো লৈ ফুৰিব পাৰি ।
Something that can be easily or conveniently transported.
- সংবিদাAbstract Noun
ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা
A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness
- সংবিধানxong.bi.dhanAbstract Noun
মৌলিক নীতি বা আদৰ্শৰ পদ্ধতি, যাৰ জৰিয়তে এখন দেশ, ৰাষ্ট্ৰ, নিগম আদি পৰিচালিত হয়
the system of fundamental principles according to which a nation, state, corporation, or the like, is governed
- সংবিভ্ৰমAbstract Noun
ই হৈছে এনে এক প্ৰবৃত্তি বা চিন্তা প্ৰক্ৰিয়া যিটো উদ্বেগ, সন্দেহ বা ভয়ৰ দ্বাৰা প্ৰচণ্ডভাৱে প্ৰভাৱিত হোৱা বুলি বিশ্বাস কৰা হয়৷
it is an instinct or thought process that is believed to be heavily influenced by anxiety, suspicion, or fear, often to the point of delusion and irrationality.
- সংবিৰচিতProper Adj.
প্ৰকৃত বা সঁচা বুলি দাবী কৰা, কিন্তু দৰাচলতে তেনে নোহোৱা
claimed to be from the original sources, but actually not
- সংবীক্ষণxong.bi.kVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- সংবৃত্তxong.brit.toVerbal Adj.
জন্ম হোৱা
Brought into life by birth.