← ফুৰি যাওক

সংবাদ-কৰ্মী

xong.bad-kor.mi

অৰ্থ

1.

বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷

One who collects and gives account of events for a newspaper, radio or television.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংবাদ-কৰ্মী · অসমীয়া অভিধান