কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰঙা পূৰৈ
"পূৰৈ" চোবাঁ
Basella ubra
- ৰঙা পূৰৈশাকro.nga pu.roi.xakCommon Noun
পাচলিৰূপে খোৱা পূৰৈ শাকৰ এটা প্ৰকাৰ, যাৰ লতা-জাতীয় গা-গছডাল ৰঙচুৱা বৰণৰ
This is a cultivar of the white stem Malabar spinach (Basella alba L.) differing only by its red stem.
- ৰঙা বাহকNoun
"তিতা-ফুল" চোবাঁ; ৰঙা ভেঁট বি. "ভেঁট" চোবাঁ।
- ৰঙা-চঙাAdjective
(লাজত) মুখ ৰঙা পৰা; ৰঙা ৰচঙা বিণ. ৰংচঙীয়া; ৰংচং; নানা বৰণৰ; চিত্ৰ-বিচিত্ৰ
marked with various colours; showy
- ৰঙা-মৰাNoun
"মৰা" চোবাঁ; ৰঙা মেদেলুবা বি. "বিহলঙনী" চোবাঁ।
- ৰঙা-ৰচঙাro.nga-ro.songaProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- ৰঙাঘৰro.nga.ghorMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- ৰঙানদীro.nga.no.diProper Noun
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা আহি শোণিতপুৰৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত মিলিছে৷
A tributory of Brahmaputra, originating from Arunachal flowing through sonitpur finaly meets Brahmaputra.
- ৰঙাফিটাৰ মেৰপাকro.nga.phi.tar mer.pakAbstract Noun
কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে কোনো কাম সম্পন্ন কৰিবলৈ অত্যধিক নথি-পত্ৰ বা পদ্ধতি পালনৰ প্ৰয়োজন হোৱা প্ৰক্ৰিয়া
the practice of requiring excessive paperwork and tedious procedures before official action can be considered or completed
- ৰঙালাউro.nga.lauCommon Noun
ৰঙচুৱা বৰণৰ ফলৰ বাবে বহুলভাৱে খেতি কৰা এবিধ লতাজাতীয় উদ্ভিদ। ই্য়াৰ ফলবোৰ যথেষ্ট ডাঙৰ আৰু মঙহাল, আৰু বহুতো গুটিৰে ভৰা।
A coarse trailing vine (Cucurbita pepo) widely cultivated for its fruit. The large pulpy round fruit of this plant, having a thick, orange-yellow rind and numerous seeds.
- ৰঙালাওNoun
ডাঙৰ আৰু ঘূৰণীয়া পাতেৰে আৰু ডাঙৰ ঘূৰণীয়া বা অলপ দীঘলীয়া ফল ধৰা এবিধ খেতিত হোবা লতা [ফল পকিলে ৰঙা হয়; ফল, ফুল আৰু কোমল গছ পাতৰ আঞ্জা খায়।]
the red squash gourd; cucurbita maxima
- ৰঙালীro.nga.liProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- ৰঙালী বিহুro.nga.li bi.huAbstract Noun
First one of the three bihu festival's of assam.Celebrated in the assamese new year generally for a duration of 7 days.
- ৰঙিলীro.ngi.liCommon Noun
আন মহিলাৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰা মহিলা
A woman whose sexual orientation is to women
- ৰঙিয়াro.ngi.yaProper Noun
কামৰূপ জিলাৰ এক গুৰুত্বপূৰ্ণ চহৰ ৷ ইয়াত এটা ডাঙৰ ৰেলৰ জংচন আছে ৷
A town in Kamrup district of Assam. It has a large Railway junction.
- ৰঙিয়ালraṅiẏālaAdjective
"ৰঙ্গিয়াল" চোবাঁ।
- ৰঙীঢেৰাro.ngi.dhe.raCommon Noun
a bird of the pelican family characterized by pure white plumage, a bare pink facial patch around the eye and pinkish legs
- ৰঙীণro.nginProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- ৰঙীনraṅīnaAdjective
"ৰঙ্গীণ" চোবাঁ।
- ৰঙুৱালro.ngu.walProper Adj.
অতি আনন্দেৰে থকা।
Very cheerful and friendly.